ETV Bharat / state

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী - ভূমিকম্প প্ৰৱণ এলেকা

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বুধবাৰৰ পৰা ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ মাল্টিপাৰপ'জ হলত 'Rapid Visual Screening and Non-Structural Mitigation' ৰ ওপৰত এক দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয় ৷ সমল ব্যক্তিৰূপে ডিব্ৰুগড় পলিটেকনিকৰ প্ৰবক্তা এম ৰহমান উপস্থিত থাকে ৷

Training program on Rapid visual screening and Non- structural Mitigation
দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী
author img

By

Published : Jan 6, 2021, 8:55 PM IST

ডিব্ৰুগড়, 6 জানুৱাৰী : ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বুধবাৰৰ পৰা ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ মাল্টিপাৰপ'জ হলত 'Rapid Visual Screening and Non-Structural Mitigation' ৰ ওপৰত এক দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয় ৷

Training program on Rapid visual screening and Non- structural Mitigation
দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী

লোক নিৰ্মাণ বিভাগ, গ্ৰাম্য আৰু নগৰ পৰিকল্পনা বিভাগ, সমগ্ৰ শিক্ষা, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, ডিব্ৰুগড় পৌৰসভা আদিৰ বিষয়ববীয়াক লৈ অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ডি পি অ' দ্বীপজ্যোতি হাতীকাকতি আৰু সমল ব্যক্তিৰূপে ডিব্ৰুগড় পলিটেকনিকৰ প্ৰবক্তা এম ৰহমান উপস্থিত থাকে ৷

লগতে পঢ়ক : DCGIৰ অনুমোদনৰ পিচতো 69 শতাংশ লোকৰ প্ৰতিষেধক ল’বলৈ অস্বীকাৰ

শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷ অনুষ্ঠানত বক্তব্য ৰাখি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ভূমিকম্প প্ৰৱণ এলেকাৰূপে পৰিচিত অসমত ভূমিকম্পৰ পৰা বাচিবলৈ ভৱন নিৰ্মাণৰ সময়ত ভূমিকম্প প্ৰতিৰোধী টেকন'লজীৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব বুলি উল্লেখ কৰে ৷

প্ৰশিক্ষণৰ অন্ত পৰাৰ পিচত প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ জৰিয়তে ডিব্ৰুগড় নগৰৰ চৰকাৰী ভৱনসমূহ যেনে কাৰ্যালয়, বিদ্যালয় ভৱনৰ লগতে অন্যান্য পুৰণি ৰাজহুৱা ভৱনৰ এক ৰেপিড' ভিজুৱেল স্কীনিং কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷

লগতে পঢ়ক : নগাঁৱত অসম জাতীয় মহিলা শক্তিৰ যোগদান সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.