ETV Bharat / state

টিংখাঙৰ ৰাজগড়ত CAA বিৰোধী ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ

অখিল গগৈসহ আন আন কাৰাবন্দী সকলৰ মুক্তিৰ দাবীত CAA বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদ ৷

author img

By

Published : Aug 12, 2020, 6:11 PM IST

Tingkhong protest aginest  caa and akhil gogoi relese dimand
টিংখাঙৰ ৰাজগড়ত CAA বিৰোধী ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ

টিংখাং,12আগষ্টঃ টিংখাঙৰ ৰাজগড়ত CAA বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, শশী শেনচোৱা, হেমন্ত কোঁৱৰ, বলিন্দ শইকীয়াৰ সহ সকলো কাৰাবন্দীক মুক্তিৰ দাবীত বুধবাৰে মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৱে জাতিধ্বংসী নাগৰিকত্ব আইন বাতিলৰ কৰাৰ দাবী জনোৱাৰ লগতে অখিল গগৈক মুক্তি দিয়ক, বিজেপি চৰকাৰ কাম নাই, বিজেপি গ'বেক, আৰ এছ এছ হুচিয়াৰ, CAA আমি নামনো আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তুলে ৷

লগতে পঢ়কঃ চিৰাঙত আই নদীত জাহ গ'ল শতাধিক লোকৰ ঘৰ বাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.