ETV Bharat / state

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা

গণতন্ত্ৰ দিৱস উপলক্ষে টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা ৷ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বগদাত চাৰিআলিৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথত টিংখাং আৰক্ষী আৰু ব্লেকপেন্থাৰ দলে দিনে-নিশাই তালাচি অব্যাহত ৰাখিছে ।

author img

By

Published : Jan 24, 2020, 8:55 AM IST

Updated : Jan 24, 2020, 1:42 PM IST

tingkhong Police and blackpenther Checking vehicle at Tingkhong
71 তম গণতন্ত্ৰ দিৱস উপলক্ষে টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা

টিংখাং, 24 জানুৱাৰী : গণতন্ত্ৰ দিৱসলৈ মাজত মাঁথো এটা দিন বাকী । 71 তম গণতন্ত্ৰ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী । কোনো উগ্ৰপন্থী সংগঠনে যাতে কূটাঘা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ উঠিছে টিংখাং আৰক্ষী । ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বগদাত চাৰিআলিৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথত টিংখাং আৰক্ষী আৰু ব্লেকপেন্থাৰ দলে দিনে-নিশাই তালাচি অব্যাহত ৰাখিছে ।

তন্ন-তন্নকৈ প্ৰতিখন দুচকীয়া-চাৰিচকীয়া যান-বাহন পৰীক্ষা কৰিছে আৰক্ষী আৰু ব্লেকপেন্থাৰ দলে । উল্লেখ্য যে, চৰাইদেউ জিলাৰ সাপেখাতিত চাৰিদিন পূৰ্বে সংঘটিত হৈছিল বোমা বিস্ফোৰণ । লগতে বিগত সময়ছোৱাত সীমামূৰীয়া অঞ্চলটোত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপ পৰিলক্ষিত হৈ আহিছে । যাৰ ফলত গণৰাজ্য দিৱসৰ পূৰ্বে উগ্ৰপন্থী সংগঠনৰ কূটাঘাটৰ আশংকাত আৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ।

71 তম গণতন্ত্ৰ দিৱস উপলক্ষে টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা

আৰু পঢ়ক : টিংখাঙত নাহৰফুটুকীৰ আক্ৰমণত আহত তিনিজনকৈ লোক

Intro:গণৰাজ্য দিৱস উপলক্ষে টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা ।।

Body:টিংখাং- গণৰাজ্য দিৱসলৈ মাজত মাথো এটা দিন বাকী। গণতন্ত্ৰ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ত আৰক্ষী-প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী। কোনো উগ্ৰপন্থী সংগঠনে যাতে কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ উঠিছে আৰক্ষী প্ৰশাসন। টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা। ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বগদাত চাৰিআলিৰ 52 নং (B) ৰাষ্ট্ৰীয় ঘাইপথত টিংখাং আৰক্ষীয়ে ব্লেকপেন্থাৰ দলে দিনে-নিশাই তালাচি অব্যাহত ৰাখিছে। তন্ন-তন্নকৈ পৰীক্ষা কৰিছে প্ৰতিখন দুচকীয়া-চাৰিচকীয়া যান-বাহন। উল্লেখ্য যে চৰাইদেউ জিলাৰ সাপেখাতিত চাৰিদিন পূৰ্বে সংঘটিত হৈছিল বোমা বিস্ফোৰণ। লগতে বিগত সময়ছোৱাত সীমামূৰীয়া অঞ্চলটোত বিভিন্ন উগ্ৰপন্হী সংগঠনৰ কাৰ্যকলাপ পৰিলক্ষিত হৈ আহিছে। যাৰ ফলত গণৰাজ্য দিৱসৰ পূৰ্বে উগ্ৰপন্থী সংগঠনৰ কূটাঘাটৰ আশংকাত আৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা।

Byte - আৰক্ষী বিষয়া টিংখাং আৰক্ষী থানা।

টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ
Last Updated : Jan 24, 2020, 1:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.