ETV Bharat / state

আৱতৰীয়া শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন টিংখাঙৰ বিস্তীৰ্ণ কৃষিভূমিৰ

দেওবাৰে নিশা অহা এজাক শিলাবৃষ্টিৰ ফলত টিংখাঙৰ বুঢ়িদিহিং নৈৰ পাৰৰ বিস্তীৰ্ণ কৃষিভূমিৰ ক্ষতিসাধন ৷ উপায়হীন হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল ৷

বিস্তৰ ক্ষতিসাধন টিংখাঙৰ বিস্তীৰ্ণ কৃষিভূমিৰ
বিস্তৰ ক্ষতিসাধন টিংখাঙৰ বিস্তীৰ্ণ কৃষিভূমিৰ
author img

By

Published : Jan 20, 2020, 12:45 PM IST

টিংখাং, 20 জানুৱাৰীঃ দেওবাৰে নিশা অহা এজাক শিলাবৃষ্টিয়ে ধ্বংস কৰিলে টিংখাঙৰ বিস্তীৰ্ণ কৃষিভূমি ৷ হঠাৎ গাজনি ঢেৰেকণিৰে অহা প্ৰৱল শিল বৰষুণৰ ফলত টিংখাঙৰ কৃষি প্ৰধান অঞ্চল চহৰীকটাৰ বুঢ়িদিহিং নৈৰ পাৰত কৰা কবি,বিলাহী,ৰঙালাও,মটৰ,জলকীয়াকে ধৰি বিভিন্ন প্ৰকাৰৰ শাক পাচলি খেতিৰ বিস্তৰ ক্ষতিসাধন হয় ৷ অতি পৰিশ্ৰমেৰে কৰা খেতিৰ এই ক্ষতিসাধনত এতিয়া উপায়হীন হৈ পৰিছে অঞ্চলটোৰ কৃষক সকল ৷

শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন টিংখাঙৰ বিস্তীৰ্ণ কৃষিভূমিৰ

লগতে পঢ়কঃ আমি ধৰিত্ৰী বচাব নোৱাৰিলে দেশ বচাই লাভ নাইঃ যাদৱ পায়েং

Intro:নিশা টিংখাঙত প্ৰৱল শিলাবৃষ্টি । শ শ বিঘা কৃষি ভূমি ধ্বংশ । কৃষকৰ হুমুনীয়াহ ।

Body:টিংখাং- আৱতৰীয়া প্ৰৱল শিলাবৃষ্টিয়ে ধ্বংশ কৰিলে টিংখাঙৰ বৃৰ্স্তিন অঞ্চল কৃষিভূমি । দেওবাৰে নিশা হঠাৎ গাজনি ঢেৰেকণিৰে অহা প্ৰৱল শিল বৰষুণ জাকে টিংখাঙৰ কৃষি প্ৰধান অঞ্চল চহৰীকটাৰ বহু কৃষকৰ মূৰত সৰগ ভাগি পৰে । বাৰিষা বানপানী প্ৰৱল অঞ্চলটোৰ ৰাইজে খৰালী সময়চোৱাত বুঢ়িদিহিং নৈ পাৰৰ পলসুৱা ভূমিত শাক পাচলি খেতি কৰি ভৱিষ্যতৰ সপোন দেখিবলৈ আৰম্ভ কৰে। এইবাৰো চহৰীকটা বাসী ৰাইজে বুঢ়িদিহিং পাৰৰ পলসুৱা ভূমিত কবি, বিলাহী, ৰঙালাও, মটৰ, জলকীয়াকে আদি কৰি বিভিন্ন ধৰণৰ শাক পাচলি কেতি কৰিছিল । খেতিয়কৰ ফচল চপাবলৈ নাপাওতে কালি নিশা অহা প্ৰৱল শিলাবৃষ্টিয়ে মূহুৰ্ততে ধ্বংস কৰি অঞ্চলটোৰ কৃষক সকলৰ সপোন চাৰখাৰ কৰি পেলাই । প্ৰকৃতিৰ এই ধ্বংসলিলাত উপায়হিন কৃষকে এতিয়া মুৰে কপালে হাত দিব লগীয়া হৈছে -
Byte - কৃষক ৰাইজ ।

টিংখাঙৰ পৰা দীপক গগৈConclusion:Doo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.