ETV Bharat / state

লক্​ ডাউনৰ মাজতে টিংখাঙত বাগিচা ছেনিটাইজেচন - Dibrugarh

টিংখাং বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক এটোৱা মুণ্ডাই শালমাৰী চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাসগৃহ ছেনিটাইজেচনৰ ব্যৱস্থা কৰে ৷ কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ এই ব্যৱস্থা গ্ৰহণ কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ টিংখাঙৰ বিভিন্ন দল-সংগঠনে এই কাৰ্যত সহায় সহযোগ আগবঢ়ায় ৷

Tingkhong ex mla atowamunda sanitization assam etv bharat news
টিংখাঙত বাগিচা ছেনিটাইজেচন
author img

By

Published : May 13, 2020, 2:34 PM IST

টিংখাং,13 মে’: কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ডিব্ৰুগড়ৰ টিংখাং বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক এটোৱা মুণ্ডাই শালমাৰী চাহ বাগিচাৰ প্ৰতিটো লাইনত বাস কৰা শ্ৰমিকসকলৰ বাসগৃহ ছেনিটাইজেচনৰ ব্যৱস্থা কৰে ৷ টিংখাঙৰ ধমন অঞ্চলত থকা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা শালমাৰী প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ লগতে দিচাং আৰু গেলাদিচাঙৰ জন সমাগম সৃষ্টি হোৱা ঠাইসমূহো চেনিটাইজ কৰে ৷ প্ৰাক্তন বিধায়ক গৰাকীক এই কাৰ্যত আটছাৰ ৰাজগড় শাখা, শালমাৰী চাহ বাগিচাৰ পৰিচালক, আছাৰ টিংখাং আঞ্চলিক সমিতিয়ে সহযোগ আগবঢ়ায় ।

টিংখাঙত বাগিচা ছেনিটাইজেচন

লগতে চাওকঃ ৩০ দিনৰ ভিতৰত দেশত প্ৰায় 5.50 লাখ লোক আক্ৰান্ত হ’ব কৰ’ণাত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.