ETV Bharat / state

টিংখাঙত ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ সংবাদমেল - টিংখাঙত সংবাদমেল

টিংখাঙত এক সংবাদমেলযোগে মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে সকিয়নী প্ৰদান কৰে ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চই ৷ সংবাদমেলত উপস্থিত থাকে সভানেত্ৰী অনুপমা ফুকন, সম্পাদিকা মিতালী বৰুৱাকে ধৰি কেইবাগৰাকীও ভুক্তভোগী মহিলা ৷

সচেতন মহিলা মঞ্চ
সচেতন মহিলা মঞ্চ
author img

By

Published : Jan 30, 2020, 3:29 AM IST

টিংখাং, 29 জানুৱাৰীঃ টিংখাঙত সংবাদমেল সম্বোধন কৰি মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে সকিয়নী ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ ৷ এক ফেব্ৰুৱাৰীত এক লক্ষাধিক মহিলা সমবেত হৈ মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে ল'ব শেষ সিদ্বান্ত ৷ এই সিদ্বান্তৰ পাচত গাঁৱৰ মহিলাৰ পৰা ঋণৰ ধন সংগ্ৰহ কৰিবলৈ গ'লে ভয়ংকৰ পৰিৱেশৰ মুখামুখি হ'ব লাগিব হুংকাৰ প্ৰদান সচেতন মহিলা মঞ্চৰ ৷ সভানেত্ৰী অনুপমা ফুকন, সম্পাদিকা মিতালী বৰুৱাসহ অন্য বিষয়ববীয়া সকলকে ধৰি, মাইক্ৰ ফাইনেঞ্চৰ কবলত পৰি সৰ্বস্বান্ত হোৱা জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাগৰাকীও ভুক্তভোগী মহিলাৰ উপস্থিতিত টিংখাঙৰ ৰাজগড়ত অনুষ্ঠিত কৰা হয় সংবাদমেলখন ৷

লগতে পঢ়ক ঃ মোক মাতিলেও নাযাওঁ ফিল্ম ফেয়াৰলৈ, হেমামালিনীক মোক নালাগে : তৰুণ গগৈ

Intro:টিংখাঙত সংবাদমেল পাতি মাইক্ৰফাইনেঞ্চৰ বিৰুদ্ধে সকিয়নি ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ । এক ফেব্ৰুৱাৰীত এক লাখ মহিলা সমবেত হৈ লব শেষ সিদ্বান্ত ।

Body:টিংখাং - মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে সকিয়নি ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ । এক ফেব্ৰুৱাৰীত এক লাখতকৈ অধিক মহিলা সমবেত হৈ মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে লব শেষ সিদ্বান্ত । আৰু এই সিদ্বান্তৰ পাছত গাঁৱৰ মহিলাৰ পৰা ঋণৰ ধন সংগ্ৰহ কৰিবলৈ গলে ভয়ংকৰ পৰিবেশৰ মুখামুখি হব লাগিব । গতিকে এসপ্তাহৰ ভিতৰত মাইক্ৰ ফাইনেঞ্চ ধন সংগ্ৰহ কাৰীক টালি টুপুলা বান্ধিবলৈ সকিয়নি সচেতন মহিলা মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ । বুধবাৰে মঞ্চৰ সভানেত্ৰী অনুপমা ফুকন , সম্পাদিকা মিতালী বৰুৱাসহ বিষয়ববীয়া আৰু মাইক্ৰ ফাইনেঞ্চৰ কবলত পৰি সৰ্বশ্ৰান্ত হোৱা জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাগৰাকী ভুক্তভুগী মহিলাৰ উপস্থিতিত টিংখাঙৰ ৰাজগড়ত অনুষ্ঠিত কৰে এখন সংবাদ মেল । এই সংবাদ মেলতে ক্ষুদ্ৰ ঋণ প্ৰদান কাৰি বৃত্তীয় প্ৰতিষ্ঠান সমূহে কেনেদৰে গামাঞ্চলৰ মহিলা সকলক মাধমাৰ শুধাই আহিছে আৰু বিপথে পৰিচালিত হবলৈ বাধ্য কৰোৱা হৈছে এই সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে । গতিকে অহা এক ফেব্ৰুৱাৰীত নাহৰকটিয়াত অনুষ্ঠিত হব লগা সভাখনেই শেষ সভা আৰু শেষ সিদ্বান্ত হব বুলি সংবাদ মেলত সকিয়াই দিয়ে - Sot .1,2,3 footeg 1

টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.