ETV Bharat / state

টিংখাঙৰ চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী হৃদৰোগত আক্ৰান্ত কণমানি: কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড

author img

By

Published : Feb 5, 2020, 12:25 PM IST

টিংখাঙত দৰিদ্ৰতাৰ বাবে পৰিয়ালে চিকিৎসা কৰিব পৰা নাই হৃদৰোগত আক্ৰান্ত এগৰাকী কণমানিকjৰ ৷ চিকিৎসা কৰিবলৈ অসমৰ্থ দৰিদ্ৰ পৰিয়ালৰ ওচৰত থাকিও কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড ৷

Tingkhang a little girl heart patient
হৃদৰোগত আক্ৰান্ত দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কণমানি: কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড

টিংখাং,5 ফেব্ৰুৱাৰী: টিংখাঙৰ হৃদ ৰোগত আক্ৰান্ত এগৰাকী কণমানি ছাত্ৰী । ছাত্ৰীগৰাকীৰ নাম বিষ্ণুপ্ৰীয়া ৰবীদাস । দৰিদ্ৰ পৰিয়ালে কৰিব পৰা নাই হৃদ ৰোগত আক্ৰান্ত বিষ্ণুপ্ৰীয়াৰ চিকিৎসা ৷ বিপদৰ সময়ত কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড ৷

টিংখাঙৰ চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী হৃদৰোগত আক্ৰান্ত কণমানি: কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড
টিংখাঙৰ লাটুমণি গাঁৱৰ বাবা ৰবীদাস আৰু পঞ্চমী ৰবীদাসৰ কন্য তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰী বিষ্ণুপ্ৰীয়া ৰবীদাস সৰুৰে পৰাই আক্ৰান্ত হৈ আছে হৃদ ৰোগত ৷ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিছে যদিও আৰ্থিক দিনতাত ভোগা পৰিয়ালটো এতিয়া উপায়হীন । গুৰুত্বপূৰ্ণ যে পৰিয়ালটোৰ লগত অটল অমৃত যোজনাৰ কাৰ্ড থাকিও ব্যৱহাৰ কৰিব পৰা নাই । বৰ্তমান বিপদৰ সময়ত কোনো কামত নাহে বিজেপি চৰকাৰৰ অটল অমৃত যোজনাৰ কাৰ্ড ৷ অটল অমৃত যোজনাৰ দ্বাৰা বিজেপি চৰকাৰে 5 টা দুৰাৰোগ্য বেমাৰৰ বাবে চিকিৎসাৰ বাবে দৰিদ্ৰ জনসাধাৰণক 2 লাখ টকা বীমা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু বৰ্তমান বিষ্ণুপ্ৰীয়া পৰিয়ালৰ এনে সংকটৰ সময়ত কোনো কামত অহা নাই অটল অমৃত যোজনাৰ কাৰ্ড ৷ কন্যাক জিয়াই ৰখাৰ স্বাৰ্থত এতিয়া স্বাস্থ্য মন্ত্ৰী , স্থানীয় বিধায়ক বিমল বড়া আৰু হৃদয়বান লোকৰ ওপৰতে শেষ ভৰসা দুৰ্ভগীয়া পৰিয়ালটোৰ ৷

লগতে পঢ়ক:পুনৰ নিয়াৰ জেৰাৰ সন্মুখীন অধ্যাপক অৰূপজ্যোতি শইকীয়া

Intro:টিংখাঙৰ হৃদ ৰোগত আক্ৰান্ত এগৰাকী কণমানি।। আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ কণমানিৰ বিমল বড়ালৈ কাতৰ আহ্বান মোক সুষ্ঠ কৰি দিয়ক ।

Body:টিংখাং- এগৰাকী দহ বছৰীয়া কণমানি । নাম বিষ্ণুপ্ৰীয়া ৰবীদাস। টিংখাঙৰ এগৰাকী কণমানি ছাত্ৰী বৰ্তমান হৃদ ৰোগত আক্ৰান্ত । আন ছাত্ৰ ছাত্ৰীৰ দৰে তায়ো বৰ্তমান বিদ্যালয় সমূহত চলি থকা বাৰ্ষিক ক্ৰীড়া সপ্তাহত অংশগ্ৰহণ কৰাৰ প্ৰৱল হেপাহ । কিন্তু ইচ্ছা শক্তি থাকিলেও তাই যেন থমকি ৰব লগা হৈছে। কাৰণ তাই এক জটিল ৰোগত আক্ৰান্ত। বহু চিকিৎসা কৰায়ো কন্যাক সুষ্ঠ কৰি তুলিব পৰা নাই পিতৃ মাতৃয়ে। আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটো এতিয়া জুৰুলা হৈ পৰিছে। কন্যাৰ ভৱিষ্যতৰ কথা ভাৱি শংকিত হৈ পৰিছে দুভগীয়া পৰিয়ালটো । টিংখাঙৰ লাটুমণি গাঁৱৰ
বাবা ৰবীদাস আৰু পঞ্চমী ৰবীদাসৰ কন্য তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰী বিষ্ণুপ্ৰীয়া ৰবীদাস (১০) সৰুৰে পৰাই আক্ৰান্ত হৈ আছে হৃদ ৰোগত । চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিছে যদিও আৰ্থিক দিনতাত ভুগা পৰিয়ালটো এতিয়া উপায়হিন । অটল অমৃত যোজনাৰ কাৰ্ড থাকিও ব্যৱহাৰ কৰিব পৰা নাই । কন্যাক জিয়াই ৰখাৰ স্বাৰ্থত এতিয়া স্বাস্থ্য মন্ত্ৰী , স্থানীয় বিধায়ক আৰু হৃদয়বান লোকৰ ওপৰতে ভৰসা দুভগীয়া পৰিয়ালটোৰ -

Byte:1,2

টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.