ETV Bharat / state

লাহোৱালত চাহ শ্ৰমিকৰ প্ৰতিবাদ

কাঁহি-বাতি বজাই প্ৰতিবাদ সাব্যস্ত লাহোৱালৰ চাহ শ্ৰমিকসকলৰ ৷ বিজেপিৰ দলীয় সভাৰ পৰা কিছু নিলগত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাপ্যৰ পৰা বঞ্চিত মটক চাহ বাগিচাৰ শ্ৰমিকসকলে ৷

Tea estate labour protest near BJP meeting Lahowal dibrugarh assam etv bharat news
চাহ শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Oct 29, 2020, 3:02 PM IST

মৰাণ,29 অক্টোবৰ: বিজেপিৰ সভাস্থলীৰ সমীপত প্ৰতিবাদ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ চাহ শ্ৰমিকসকলে ৷ চাহ শ্ৰমিকসকলৰ পাৰিশ্ৰমিক বৃদ্ধি,জনজাতিকৰণ সহ কেইবাটাও দাবী উত্থাপন কৰি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে চাহ শ্ৰমিকসকলে ৷ প্ৰতিবাদকাৰীসকলে কাঁহি-বাতি বজাই ৰাজপথলৈ ওলাই আহি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে লাহোৱালৰ মটক চাহ বাগিচাৰ শ্ৰমিকসকলে ৷

Tea estate labour protest near BJP meeting Lahowal dibrugarh assam etv bharat news
চাহ শ্ৰমিকৰ প্ৰতিবাদ

উল্লেখ্য যে, বৃহস্পতিবাৰে লাহোৱালত বিজেপিৰ এখল দলীয় সভা অনুষ্ঠিত হৈছিল ৷ উক্ত সভাৰ নিচেই সমীপতে প্ৰতিবাদকাৰীসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তদুপৰি শ্ৰমিকসকলে দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, বাগিচাৰ লাইনসমূহৰ বাসগৃহ মেৰামতি, ৰাস্তা-ঘাট মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনায় ৷

লগতে চাওকঃ উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ বহুসংখ্যক শিক্ষাৰ্থী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.