ETV Bharat / state

নাহৰকটীয়াত টাই আহোম যুৱ পৰিষদৰ জোৰ সমদল

author img

By

Published : Oct 23, 2019, 5:31 AM IST

নাহৰকটীয়াত মংগলবাৰে সন্ধিয়া টাই আহোম যুৱ পৰিষদে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ অসমৰ তেল উদ্যোগ আৰু ৰেল পৰিবহণসমূহ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠানসমূহত ১০০% থলুৱা নিযুক্তিৰ দাবী উত্থাপন সংগঠনটোৰ ৷

নাহৰকটীয়াত তাই আহোম যুৱ পৰিষদৰ জোৰ সমদল

নাহৰকটীয়া,22 অক্টোবৰঃ নাহৰকটীয়াত মংগলবাৰে সন্ধিয়া টাই আহোম যুৱ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসমৰ তেল উদ্যোগ আৰু ৰেল পৰিবহণসমূহ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান সমূহত ১০০% থলুৱা নিযুক্তি আৰু নাহৰকটীয়া মহকুমা শীঘ্ৰে কাৰ্যক্ষম কৰাৰ দাবীত সংগঠনটোৱে নাহৰকটীয়াত বাহিৰ কৰে এক জোৰ সমদল । নাহৰকটীয়াৰ হনুমান মন্দিৰৰ সমীপৰ পৰা বাহিৰ কৰা এই সমদলত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ সমগ্ৰ নাহৰকটীয়া পৰিভ্ৰমণ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে সমগ্ৰ নাহৰকটীয়াৰ আকাশ বতাহ কঁপাই তোলে । শীঘ্ৰে সংগঠনটোৰ দাবীসমূহ পূৰণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।

নাহৰকটীয়াত তাই আহোম যুৱ পৰিষদৰ জোৰ সমদল

আৰু পঢ়ক

Intro:তাই আহোম যুৱ পৰিষদৰ জোৰ সমদলঃ

নাহৰকটীয়াত মঙ্গলবাৰে সন্ধ্যা তাই আহোম যুৱ পৰিষদে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ অসমৰ তেল উদ্যোগ আৰু ৰেল পৰিবহণসমূহ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান সমূহত ১০০% থলুৱা নিযুক্তি আৰু নাহৰকটীয়া মহকুমা শীঘ্ৰে কাৰ্যক্ষম কৰাৰ দাবীত সংগঠনটোৱে নাহৰকটীয়াত বাহিৰ কৰে এক জোৰ সমদল । নাহৰকটীয়াৰ হনুমান মন্দিৰৰ সমীপৰ পৰা বাহিৰ কৰা এই সমদলত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ সমগ্ৰ নাহৰকটীয়া পৰিভ্ৰমণ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে সমগ্ৰ নাহৰকটীয়াৰ আকাশ বতাহ কঁপাই তোলে । শীঘ্ৰে সংগঠনটোৰ দাবী সমূহ পূৰণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।Body:DOConclusion:DO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.