ETV Bharat / state

মৰাণত ডেৰ শতাধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত টেবলেট বিতৰণ - বিতৰণ

বৃহস্পতিবাৰে মৰাণ সমষ্টিত ডেৰ শতাধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ টেবলেট কম্পিউটাৰ বিতৰণ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদৰ ৷ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ আৰু বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত বিতৰণ কৰা হয় টেবলেট সমূহ ৷

tablet distribution in dibrugarh
মৰাণত ডেৰ শতাধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত টেবলেট বিতৰণ
author img

By

Published : Dec 11, 2020, 1:33 PM IST

Updated : Dec 11, 2020, 2:13 PM IST

মৰাণ,11 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিত অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদে বৃহস্পতিবাৰে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিছে টেবলেট কম্পিউটাৰ ৷ চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন বিভাগৰ অধীনস্থ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত ডেৰ শতাধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক টেবলেট কম্পিউটাৰ বিতৰণ কৰা হয় ।

মৰাণত ডেৰ শতাধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত টেবলেট বিতৰণ

অনুষ্ঠানত উপস্থিত থাকে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদ ডিব্ৰুগড় জিলাৰ অধ্যক্ষ প্ৰশান্ত গগৈ, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, এপিডিচিএলৰ অধ্যক্ষ অদ্যুৎ ফুকনৰ লগতে বিজেপি আৰু অগপ দলৰ বহু নেতা, কৰ্মকৰ্তা ৷

লগতে পঢ়ক : ডিমা হাছাওত উপলব্ধ হ’ব টিটেনাচ আৰু দ্বীপথেৰিয়াৰ ভেকচিন

Last Updated : Dec 11, 2020, 2:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.