ETV Bharat / state

Storm ravages at Tingkhang : টিংখাঙত ধুমুহাৰ তাণ্ডৱ

author img

By

Published : Oct 14, 2022, 12:59 PM IST

Updated : Oct 14, 2022, 1:52 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণে বানৰ সৃষ্টি কৰাৰ মাজতেই টিংখাঙৰ লেঙেৰীৰ কেইবাখনো গাঁৱত ধুমুহাই ক্ষতিগ্ৰস্ত কৰিলে বহু পৰিয়ালৰ বাসগৃহ (Storm ravages at Tingkhang)৷

Storm ravages at Tingkhang
টিংখাঙত ধুমুহাৰ তাণ্ডৱ
  • টিংখাঙত ধুমুহাৰ তাণ্ডৱ
  • লেঙেৰীৰ কেইবাখনো গাঁৱত ধুমুহাই ক্ষতিগ্ৰস্ত কৰিলে বহু পৰিয়ালৰ বাসগৃহ
  • প্ৰবল বৰষুণৰ লগতে অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিলে অঞ্চলটোত
  • লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত ১ নং দেওঘৰীয়া, ২ নং দেওঘৰীয়া, চাংমাই গাঁও আদি গাঁৱৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তচনচ কৰে প্ৰচণ্ড ধুমুহাজাকে
  • ধুমুহাৰ ফলত গছ-গছনি উভালি পৰাৰ ফলত যাতায়ত আৰু বিদ্যুৎ যোগানৰ ব্যৱস্থাও ব্যাহত হৈ পৰিছে সমগ্ৰ অঞ্চলটোত

Last Updated : Oct 14, 2022, 1:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.