ETV Bharat / state

মাৰ্ঘেৰিটাত বিধায়ক ভাস্কৰ শৰ্মাৰ ক্ৰীড়া সামগ্রী বিতৰণ - মাৰ্ঘেৰিতাৰ বুঢ়ীদিহিং

বিধায়ক ভাস্কৰ শৰ্মাৰ গ্ৰাম্য ক্ৰীড়াক উদগনি যোগোৱাৰ উদ্দেশ্যে মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং পঞ্চায়তৰ ১ নং বৰহোলোং ৱাৰ্ডত বিতৰণ কৰে খেলৰ সামগ্ৰী ৷

মাৰ্ঘেৰিতাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ক্ৰীড়া সামগ্রী বিতৰণ

author img

By

Published : Dec 20, 2020, 9:41 PM IST

ডিব্ৰুগড়,20 ডিচেম্বৰ : গ্ৰাম্য ক্ৰীড়াক উদগনি যোগাবলৈ দেওবাৰে মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং পঞ্চায়তৰ ১ নং বৰহোলোং ৱাৰ্ডৰ যুৱক সকলক মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ক্ৰীড়াৰ সামগ্রী বিতৰণ কৰে ৷ বিধায়ক গৰাকীয়ে ক্ৰীড়া ক্ষেত্রখন আগুৱাই নিয়াৰ কাৰণে সমষ্টিত পূৰ্বৰে পৰা অৱদান আগবঢ়াই আহিছে ৷

মাৰ্ঘেৰিতাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ক্ৰীড়া সামগ্রী বিতৰণ

উল্লেখযোগ্য যে, ক্ৰীড়াক্ষেত্ৰৰ লগতে মহিলা সৱলীকৰণৰ ক্ষেত্রত বিশেষ ভাৱে গুৰুত্ব প্রদান কৰি আহিছে বুলি স্থানীয় ৰাইজে উল্লেখ কৰে ৷ অঞ্চলবাসী মহিলা সকলে বিধায়ক গৰাকীৰ পাঁচ বছৰীয়া কাৰ্যকালত সন্তুষ্ট হৈ তেওঁক পুনৰ বাৰ মাৰ্ঘেৰিটা সমষ্টিত বিধায়ক নিৰ্বাচিত কৰিব লাগে বুলি মন্তব্য কৰা দেখা যায় ৷

লগতে পঢ়কঃ বিশ্বনাথত আৰম্ভ হ'ল অসম ৰাজ্যিক পৰিবহন নিগমৰ নতুন ভাৰত বেঞ্জ বাছৰ চলাচল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.