ETV Bharat / state

নৌকা ৰেষ্টুৰেন্ট 'কাঞ্চনজংঘা'ৰ কৰ্মচাৰীৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ - ডিব্ৰুগড় সদৰ আৰক্ষী

বগীবিলৰ সমীপৰ বৰলুইতৰ নৌকা ৰেষ্টুৰেন্ট 'কাঞ্চনজংঘা'ৰ কৰ্মচাৰীৰ বিৰুদ্ধে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি ৰেষ্টুৰেন্টখনৰ এজন কৰ্মচাৰীয়ে এগৰাকী কিশোৰীক অপহৰণ কৰি লিপ্ত হৈছিল অসামাজিক কাৰ্যত ৷

বৰলুইতৰ নৌকা ৰেষ্টুৰেন্ট 'কাঞ্চনজংঘা'ৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ

author img

By

Published : Mar 3, 2021, 10:59 PM IST

Updated : Mar 5, 2021, 10:43 AM IST

ডিব্ৰুগড়, 3 মাৰ্চ: বগীবিলৰ সমীপৰ বৰলুইতৰ নৌকা ৰেষ্টুৰেন্ট 'কাঞ্চনজংঘা'ৰ এজন কৰ্মচাৰীৰ বিৰুদ্ধে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি ৰেষ্টুৰেন্টখনৰ কৰ্মচাৰীজনে এগৰাকী কিশোৰীক অপহৰণ কৰি লিপ্ত হৈছিল অসামাজিক কাৰ্যত ৷

বৰলুইতৰ নৌকা ৰেষ্টুৰেন্ট 'কাঞ্চনজংঘা'ৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ

ইফালে এই অভিযোগৰ ভিত্তিত যুৱকজনক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় সদৰ আৰক্ষীয়ে ৷ ভাৰতীয় দণ্ড বিধিৰ 366(A) ধাৰাৰ 481/21 নম্বৰ আৰু RW sec 4 under POSCO আইনৰ অধীনত যুৱক জনক জে'ললৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীৰ সুত্ৰই জানিবলৈ দিছে ৷

লগতে পঢ়ক: কংগ্ৰেছে চাহ শ্ৰমিকক ভোটৰ বেংক হিচাপে ব্যৱহাৰ কৰিছিল : সঞ্জয় কিষাণ

Last Updated : Mar 5, 2021, 10:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.