ETV Bharat / state

ডিব্ৰুগড়ত জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে গ্ৰহণ কৰিলে COVID-১৯ৰ প্ৰতিষেধক

author img

By

Published : Jan 25, 2021, 8:40 PM IST

ডিব্ৰুগড়ত পূৰ্ণ গতিত চলিছে COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । সোমবাৰে জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে গ্ৰহণ কৰিলে COVID-১৯ৰ প্ৰতিষেধক ।

ডিব্ৰুগড়ত জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে গ্ৰহণ কৰিলে COVID-১৯ৰ প্ৰতিষেধক
ডিব্ৰুগড়ত জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে গ্ৰহণ কৰিলে COVID-১৯ৰ প্ৰতিষেধক

মৰাণ, ২৫ জানুৱাৰী : ৰাজ্যত যোৱা ১৬ জানুৱাৰীৰ পৰা অব্যাহত আছে COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । ডিব্ৰুগড়তো COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী চলি আছে । সোমবাৰে ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ কৃষ্ণা কেম্প্ৰাই, অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ কল্পনা ডেকা আৰু নডেল বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰে ৷

টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত তিনিওকে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকাই প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণপত্ৰও প্ৰদান কৰে ৷

ইতিমধ্যে ৰাজ্যৰ আন জিলাসমূহতো স্বাস্থ্য বিষয়া, চিকিৎসক আৰু আন স্বাস্থ্য কৰ্মীসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে । প্ৰথম দিনাৰ কাৰ্যসূচীত প্ৰতিটো কেন্দ্ৰত ১০০ গৰাকী স্বাস্থ্য কৰ্মীৰ টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল ।

লগতে পঢ়ক:নিষ্ঠাবান আৰক্ষী বিষয়া ব্ৰজেন দাসলৈ 'ৰাষ্ট্ৰপতি পদক'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.