ETV Bharat / state

ডিব্ৰুগড়ৰ নাদুৱা বাইপাছত ভয়ংকৰ দুৰ্ঘটনা

author img

By

Published : Apr 30, 2021, 10:24 PM IST

ডিব্ৰুগড়ৰ নাদুৱা বাইপাছত পথ দুৰ্ঘটনা ৷ কথমপি প্ৰাণ ৰক্ষা ৬ জনৰ ৷ চাবুৱা থানাৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

road-accident-in-nadua-dibrugargh
ডিব্ৰুগড়ৰ নাদুৱা বাইপাছত ভয়ঙ্কৰ দুৰ্ঘটনা

মৰাণ, 30 এপ্ৰিল : ডিব্ৰুগড়ৰ নাদুৱা বাইপাছত শুকুৰবাৰে সন্ধিয়া হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা ৬ জন ব্যক্তিৰ । ইতিমধ্যে চাবুৱা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । জানিব পৰা মতে AS 23 G 6468 চেন্ট্ৰ গাড়ীখনে ডিব্ৰুগড় অভিমুখে তীব্ৰ বেগেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় দুৰ্টঘনাটো । দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত আটাইকেইজন দিনজয় পকা লাইনৰ বুলি জানিব পৰা গৈছে ।‌

road accident in nadua, dibrugargh

লগতে পঢ়ক : ধনশিৰিত অস্ত্ৰ-শস্ত্ৰসহ লিংকমেন আৰু ডিএনএলএ কেডাৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.