ETV Bharat / state

বিজেপিৰ হাতত সুৰক্ষিত নহয় অসম: ৰিপুণ বৰা - ৰিপুণ বৰা

কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে বুধবাৰৰ দিনটোত নাহৰকটীয়াৰ লগতে দুলীয়াজানত দলীয় কৰ্মীৰ সভাত অংশগ্ৰহণ কৰে ৷

ৰিপুণ বৰা
ৰিপুণ বৰা
author img

By

Published : Aug 12, 2020, 10:14 PM IST

নাহৰকটীয়া, 12 আগষ্টঃ "বিজেপিৰ হাতত সুৰক্ষিত নহয় অসম ৷ বিজেপিৰ মিত্ৰদলক বাদ দি অসমৰ ৰাইজ, বিভিন্ন দল সংগঠনে এই কথা অনুধাৱন কৰিছে কা আন্দোলনৰ সময়তেই ৷ গতিকে অসমক বিজেপিৰ পৰা ৰক্ষা কৰাৰ বাবে বিজেপি বিৰোধী শক্তিসমূহে ঐক্যৱদ্ধ হোৱাৰ বাদে অন্য উপায় নাই ৷"-এই ভাষ্য আগবঢ়াইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷

বিজেপিৰ হাতত সুৰক্ষিত নহয় অসম

উজনি অসম ভ্ৰমণৰত বিৰোধী দলৰ সভাপতিগৰাকীয়ে বুধবাৰে বিয়লি উপস্থিত হয় নাহৰকটীয়াত ৷ নাহৰকটীয়াত জয়পুৰ ব্লক কংগ্ৰছ কমিতিৰ উদ্যোগত অনুষ্ঠিত এখন দলীয় সভাত অংশগ্ৰহণৰ পাছতেই ৰিপুণ বৰাই সাংবাদিকৰে হোৱা বাৰ্তালাপত এই দৰে মন্তব্য আগবঢ়ায় ৷ লগতে ৰিপুণ বৰাই কয় যে, কংগ্ৰেছ এক বৃহৎ দল আৰু সেয়ে বিজেপিক উৎখাতৰ বাবে সমূহ বিজেপি বিৰোধী শক্তিক তেওঁলোকে ঐক্যবদ্ধ হ’বলৈ পূৰ্বৰে পৰা আহ্বান জনাই আহিছে ৷ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে বুধবাৰৰ দিনটোত নাহৰকটীয়াৰ লগতে দুলীয়াজানতো দলীয় কৰ্মীৰ সভাত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃ ক'ত, কেনেকৈ আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.