Ragging in AMCH: ৰেগিঙৰ বাবে বহিষ্কাৰ AMCH ৰ দুজন ছাত্ৰক - AMCH ragging incident
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ পোহৰলৈ আহিছে AMCHৰ ভয়ংকৰ ৰেগিং কাণ্ড (After Dibrugarh University, AMCH ragging incident) ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই ৰেগিঙৰ বাবে বহিষ্কাৰ কৰে AMCH ৰ দুজন ছাত্ৰক ৷ ৬ মাহৰ বাবে হোষ্টেল আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ দুই ছাত্ৰক ৷

ৰেগিঙৰ বাবে বহিষ্কাৰ AMCH ৰ দুজন ছাত্ৰক
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ AMCHৰ ভয়ংকৰ ৰেগিং কাণ্ড (After Dibrugarh University, AMCH ragging incident)
- AMCH কৰ্তৃপক্ষই ৰেগিঙৰ বাবে বহিষ্কাৰ কৰিলে দুজন ছাত্ৰক (Ragging in Assam medical college 2 expelled)
- ৬ মাহৰ বাবে হোষ্টেল আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ দুই ছাত্ৰক
- চিকিৎসা মহাবিদ্যালয়খনৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই তথ্য
- অৱশ্যে ঘটনা সন্দৰ্ভত এই মুহূৰ্তলৈকে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা নাই AMCHৰ কতৃপক্ষই
- বহিষ্কৃত ছাত্ৰ দুজন অস্থি ৰোগ বিভাগৰ ছাত্ৰ ডাঃ চয়ন মুখাৰ্জী আৰু ডাঃ ছাকেট চৰফ বুলি জানিব পৰা গৈছে