ETV Bharat / state

ডিব্ৰুগড়ত মাজনিশা ঋতুপৰ্ণ বৰুৱাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদৰ জুই

author img

By

Published : Dec 7, 2019, 8:51 AM IST

একালৰ আছুৰ সহকাৰী সাধাৰণ সম্পাদক আৰু বৰ্তমানৰ বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ গৃহৰ সন্মুখত মাজনিশা আছুৰ উত্তাল প্ৰতিবাদ ৷

Dibrugarh
ডিব্ৰুগড়

ডিব্ৰুগড়, 7 ডিচেম্বৰঃ মোডীৰ কেবিনেটত কেব গৃহীত হোৱাৰ পাচতে আছুৱে মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত বিজেপিৰ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা,কেশৱ মহন্ত আৰু অতুল বৰাৰ প্ৰতিকৃতি মুখ্যমন্ত্ৰীৰ গৃহলৈ যোৱা মুখ্য পথ চৌকিদিঙ্গি চাৰিআলিত ফাঁচী কাঠত ওলমাই প্ৰতিবাদ কৰাৰ পাচতে এইবাৰ আছুৰ একালৰ সহকাৰী সম্পাদক আৰু বৰ্তমানৰ বিজেপিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ বাসগৃহ ঘেৰাও কৰিলে ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই ৷

ঋতুপৰ্ণ বৰুৱাৰ বাসগৃহ ঘেৰাও

বানীপুৰস্থিত ঋতুপৰ্ণ বৰুৱাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদকাৰী সকলে বৰুৱাক নাগপুৰৰ পদলেহনকাৰী আখ্যা দি বিভিন্ন কেব বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ নিশা 12 বজাৰ পৰা প্ৰায় 2 বজালৈকে প্ৰতিবাদকাৰী সকলে ঋতুপৰ্ণ বৰুৱাৰ বাসগৃহ ঘেৰাও কৰি আৰু তেওঁৰ বাসগৃহৰ সন্মুখত টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে তেওঁলোকে একালৰ সতীৰ্থ গৰাকীৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ ওপৰিও কঠোৰ ভাষাৰে সকিয়নীও প্ৰদান কৰে ৷

লগতে চাওকঃনগা চুক্তিয়ে তিনি ৰাজ্যৰ ভৌগোলিক অখণ্ডতাত ব্যাঘাত নজন্মাই : তাপিৰ গাও

Intro:MIDNIGHT DL

:মুখ্যমন্ত্ৰীৰ গৃহ জিলাত বিজেপিৰ নেতাক লজ্জিত কৰি, কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে আছুৱে।মুখ্যমন্ত্ৰী,হিমন্ত,কেশৱ মহন্ত,অতুল বৰাৰ প্ৰতিকৃতি মুখ্যমন্ত্ৰীৰ গৃহলৈ যোৱা মুখ্য পথত চৌকিদিঙ্গি চাৰিআলিত ফাঁচীত ওলমাই প্ৰতিবাদ,মুখ্যমন্ত্ৰীৰ লক্ষী নগৰ গৃহৰ সন্মূখত প্ৰতিবাদৰে কেব সমৰ্থনৰ বাবে লজ্জানত কৰাৰ পাছত
এইবাৰ আছুৰ একালৰ সহকাৰী সম্পাদক বৰ্তমানৰ বিজেপিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ বাসগৃহ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ ডিব্ৰুগড়ত।বানীপুৰ স্থিত ঋতুপৰ্ণ বৰুৱাৰ গৃহৰ সন্মূখত লেই-লেই, চেই-চেই শ্লোগান,নাগপুৰৰ পদলেহনকাৰী আখ্যা।
নিশা 12 বজাৰ পৰা প্ৰায় 2 বজালৈকে একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ঋতুপৰ্ণ বৰুৱাৰ ডিব্ৰুগড়ৰ বাণীপুৰস্হিত বাসগৃহৰ সন্মুখত ছাত্র সন্থা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ ছাত্রই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।বিধায়ক জনৰ বাসগৃহ ঘেৰাও কৰি বিভিন্ন কেব বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।লগতে বাসগৃহ সন্মুখত টায়াৰ জ্বলাই দি যায় শ্লোগান ।একালৰ সতীৰ্থ গৰাকীৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি কঠোৰ ভাষাৰে সকীয়নিও প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে।

Byte:উদ্দীপ জ্যোতি গগৈ

from Dibrugarh Jesim Ahmed DibrugarhBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.