ETV Bharat / state

Sankardev Sangha annual conference: সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনখনি আগন্তুক বৰ্ষৰ 4, 5 আৰু 6 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব (Sankardev Sangha annual conference) ৷ ডিব্ৰুগড়ৰ নাহৰকটীয়া ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব অধিৱেশনখনি ৷

author img

By

Published : Dec 25, 2021, 3:17 PM IST

Anuual Meeting
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

মৰাণ, 25 ডিচেম্বৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনখনিক লৈ ৰাইজৰ মাজত ব্যাপক উছাহ উদ্দীপনা পৰিলক্ষিত হৈছে ৷ অধিৱেশন উপলক্ষে স্থানীয় দাৱনীয়ে ধান আৰু নৰা কাটি অধিৱেশনস্থলী সাজু কৰি তোলাৰ পাছত এতিয়া দিনে-নিশাই গৃহ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিছে(Preparation of Sankardev Sangha annual conference) ৷

মূল সভাগৃহক বাদ দি প্ৰতিনিধি শিবিৰ, অতিথিশালা, প্ৰায় দহহাজাৰ ৰাইজে সমজুৱাভাৱে খাব পৰাকৈ ভোজনালয় আদি নিৰ্মাণত ব্যস্ত হৈ পৰিছে নাহৰকটীয়াৰ ৰাইজ ৷ মুঠৰ ওপৰত লাখে লাখে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ যুদ্ধকালীন প্ৰস্তুতি চলিছে অধিৱেশনস্থলী নাহৰকটীয়া ৰাঙলী পথাৰত ৷

আধ্যাত্মিক চিন্তা চেতনা সম্প্ৰসাৰণৰ বাবে অনুষ্ঠিত হ'ব লগা এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলিও জানিবলৈ দিছে অধিৱেশনৰ আয়োজক কমিতিয়ে ৷

লগতে পঢ়ক : Lemon Pound Cake : নেমু পাউণ্ড কেকৰ সৈতে উদযাপন কৰো আহক বৰদিন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.