ETV Bharat / state

টিংখাঙত বিশেষভাৱে সক্ষম লোকক প্ৰদান প্ৰমাণ পত্ৰ - টিংখাঙত বাধাগ্ৰস্ত লোকক বিশেষ প্ৰমাণ পত্ৰ প্ৰদান

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহযোগত গ্ৰহণ এক আদৰণীয় পদক্ষেপ । আয়োজিত শিবিৰত বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ প্ৰমাণ পত্ৰ প্ৰদান ।

টিংখাংত বাধাগ্ৰস্ত লোকক বিশেষ প্ৰমাণপত্ৰ প্ৰদান

author img

By

Published : Dec 24, 2020, 7:46 PM IST

ডিব্ৰুগড় , ২৪ ডিচেম্বৰ : ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহযোগত এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে । বৃহস্পতিবাৰে জিলা খনৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । বিদ্যালয়খনৰ চৌহদত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে প্ৰমাণীকৰণৰ এটা শিবিৰ অনুষ্ঠিত কৰি প্ৰদান কৰা হয় প্ৰমাণ পত্ৰ।

শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ স্বাস্থ্য পৰীক্ষা
টিংখাঙত বিশেষভাৱে সক্ষম লোকক প্ৰদান প্ৰমাণ পত্ৰ

অনুষ্ঠানটোত অঞ্চলটোৰ শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁলোকক শাৰীৰিক বাধাগ্ৰস্ততাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । জিলা প্ৰশাসনে শিবিৰটো বিগত কেইবাদিনৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰি আহিছে । প্ৰশাসনে জানিবলৈ দিয়া মতে পৰ্যায় ক্ৰমে জিলাৰ সকলো ঠাইতে শিবিৰটো অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :মহানগৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.