ETV Bharat / state

টিংখাঙত উন্নয়নৰ ওলোটা স্বৰূপ - আৰ্থিক দুৰৱস্থা

যিসময়ত চৰকাৰে আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে, তেনে সময়ত আৰ্থিক দীনতাৰ বাবে ঠেলাৰে নিজ ভাতৃক চিকিৎসালয়লৈ নিবলগীয়া হ'ল টিংখাঙৰ এটা পৰিয়ালে ৷

টিংখাঙত উন্নয়নৰ ওলোটা স্বৰূপ
টিংখাঙত উন্নয়নৰ ওলোটা স্বৰূপ
author img

By

Published : Jan 8, 2021, 12:24 PM IST

টিংখাং, 8 জানুৱাৰী: আৰ্থিক দুৰৱস্থাৰ এক কৰুণ দৃশ্য টিংখাঙৰ ৰাজপথত ৷ 4 কিলোমিটাৰ পথ ঠেলাত তুলি চিকিৎসালয়লৈ আনিলে ৰোগীক ৷ দীৰ্ঘদিন ধৰি পেটৰ জটিল ৰোগত আক্ৰান্ত টিংখাঙৰ ৰাজগড় সমীপৱৰ্তী 1 নং চকলীয়া গাঁৱৰ নিবাসী প্ৰদীপ মুঢ়াক এখন ঠেলাৰে চিকিৎসালয়লৈ আনিলে তেওঁৰে এজন ভাতৃয়ে ৷

টিংখাঙত উন্নয়নৰ ওলোটা স্বৰূপ

ৰাজগড় সামুহিক চিকিৎসালয়ত চিকিৎসা কৰোৱাই পুনৰ ঠেলাৰে ঘৰলৈ ঘূৰাই নিবলগীয়া হয় ৰোগীক ৷ আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবেই পৰিয়ালটোৱে ৰোগীক চিকিৎসালয়লৈ আনিবলৈ যোগাৰ কৰিব নোৱাৰিলে এখন বাহনো ৷ যিসময়ত চৰকাৰে আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে, তেনে সময়ত আৰ্থিক দীনতাৰ বাবে ঠেলাৰে নিজ ভাতৃক চিকিৎসালয়লৈ নিবলগীয়া হ'ল এটা পৰিয়ালে ৷

লগতে পঢ়ক: জবকাৰ্ডে হাঁহি বিৰিঙাইছে শ্ৰম হেৰুওৱা শ্ৰমিকৰ মুখত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.