ETV Bharat / state

দুৰ্গাপূজাৰ মাজতে অবৈধ সুৰাৰ বিৰুদ্ধে মৰাণত প্ৰশাসনৰ অভিযান

মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰাৰ নেতৃত্বত দিখাৰী চাহ বাগানকে ধৰি মৰাণ ৰাজহ চক্ৰৰ অন্যান্য এলেকাত শুকুৰবাৰে অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই কেইবা শ লিটাৰ চুলাই মদৰ লগতে মদ প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰিছে আৰক্ষীয়ে ।

operation-against-illegal-wine-by-moran-administration

author img

By

Published : Oct 23, 2020, 8:27 PM IST

মৰাণ, 23 অক্টোবৰ : ৰাজ্যত এফালে কৰ'ণা আতংক আনফালে প্ৰতিকূল বতৰ ৷ ইয়াৰ মাজতে আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা । ডিব্ৰুগড় জিলা উপায়ুক্তই ২৬ অক্টোবৰৰ লৈকে ড্ৰাই ডে ঘোষণা কৰাৰ পাছতে শুকুৰবাৰে পূজাৰ প্ৰথম দিনাই মৰাণ প্ৰশাসনে অবৈধ সুৰাৰ বিৰুদ্ধে আৰম্ভ কৰিলে অভিযান।

মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰাৰ নেতৃত্বত দিখাৰী চাহ বাগানকে ধৰি মৰাণ ৰাজহ চক্ৰৰ অন্যান্য এলেকাত শুকুৰবাৰে অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই কেইবা শ লিটাৰ চুলাই মদৰ লগতে মদ প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰিছে আৰক্ষীয়ে ।

operation-against-illegal-wine-by-moran-administration
দুৰ্গাপূজাৰ মাজতে অবৈধ সুৰাৰ বিৰুদ্ধে মৰাণত প্ৰশাসনৰ অভিযান

ইয়াৰ উপৰিও মৰাণৰ চক্ৰ বিষয়া গৰাকীয়ে মৰাণ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দিননাথ মিলিক লগত লৈ মৰাণ চাহ বাগিচা এলেকাত ক'ভিড-১৯ ৰ পৰা নিজক বচাই ৰখাৰ নীতি নিয়ম চাহ বাগিচাৰ লোক সকলক অৱগত কৰাৰ লগতে বিতৰণ কৰে মাস্ক আৰু চেনিটাইজাৰ। মুঠৰ ওপৰত পূজাৰ আনন্দৰ মাজতো ক'ভিড-১৯ৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে মৰাণৰ প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: "মোগলজোট" ৰ প্ৰভাৱঃ সংখ্যালঘু অধ্যুষিত সমষ্টিত বিজেপিৰ বিশেষ তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.