ETV Bharat / state

মৰাণত শনিবাৰৰ দিনটোত ৬২ জন আক্ৰান্ত কৰ’ণাত - খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

মৰাণত শনিবাৰৰ দিনটোত ৬২ জনৰ দেহত ধৰা পৰা ক'ভিড পজিটিভ ৰোগীৰ সংখ্যা ৷ ইয়াকে লৈ খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত মুঠ 1530 গৰাকীলৈ বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা ৷

মৰাণত শনিবাৰ দিনটোত ৬২ জন আক্ৰান্ত কৰ’ণাত

author img

By

Published : May 23, 2021, 7:00 AM IST

মৰাণ,23 মে’: ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত শনিবাৰে দিনটোতে 41 জন লোকৰ দেহত ধৰা পৰে ক’ভিড-19ৰ উপস্থিতি ৷ তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ 34 জন, 6 জন চৰাদেউ আৰু নাহৰণি ব্লকৰ এজন লোকৰ দেহত ধৰা পৰে ক’ভিড-19ৰ উপস্থিতি ৷ শনিবাৰৰ দিনটোলৈকে খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত মুঠ 1530 গৰাকীলৈ বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা ৷ উল্লেখ্য যে, ক’ভিড আক্ৰান্ত লোক সকলৰ ভিতৰত 10 জনক নবোদয় বিদ্যালয়ৰ লগতে লেঙেৰী, অসম মেডিকেল কলেজ ক'ভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে আৰু বাকী সকলক হোম আইচ’লেশ্যনটো ৰখা হৈছে ৷

ইফালে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানৰ 21 গৰাকীৰ দেহত শনিবাৰে ধৰা পৰে ক'ভিড-19 । প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰৰ দিনটোলৈকে পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ 384 জন লোক আক্ৰান্ত হৈছে কাল কৰ’ণাত । চিকিৎসক সকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত হোৱা প্ৰায় সকলকে হোম আইচ’লেশ্যনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত মৰাণ অঞ্চলত সৰ্বমুঠ 1914 জন লোক ক'ভিডত আক্ৰান্ত হৈছে । শনিবাৰৰ দিনটোলৈকে মৰাণ অঞ্চলত ক’ভিডত আক্ৰান্ত হৈ 19 জনলোকে মৃত্যু মুখত পৰে ৷

লগতে পঢ়ক: ক'ভিড ৰোগীক বিনামূলীয়া দৰৱ দিবলৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.