ETV Bharat / state

লাহোৱালত কংগ্ৰেছ আৰু কৃষক মুক্তিৰ পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

author img

By

Published : Jan 3, 2021, 9:49 PM IST

যোগদান সভাত উপস্থিত থাকে লাহোৱালৰ বিধায়ক ৰিতুপৰ্ন বৰুৱা, জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা , ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তকে প্ৰমূখ্য কৰি বহু কেইগৰাকী বিজেপি নেতা ৷ লাহোৱালত কংগ্ৰেছ শূণ্য হ'ব বুলি মন্তব্য বিধায়ক ৰিতুপৰ্ন বৰুৱাৰ ৷

more-than-500-people-joined-bjp-at-dibrugarh
লাহোৱালত কংগ্ৰেছ আৰু কৃষক মুক্তিৰ পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

মৰাণ,3 জানুৱাৰী: ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ প্ৰায় পাঁচ শতাধিক লোকৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান ৷ দেওবাৰে লাহোৱাল সমষ্টিত বিজেপিৰ খনিকৰ মণ্ডলৰ উদ্যোগত আৰু মণ্ডলৰ সমূহ মৰ্চাৰ সহযোগত আয়োজিত বুথ সন্মিলনৰ লগতে হোৱা যোগদান কাৰ্যসূচীত বিজেপিত যোগদান কৰে এই সকল লোকে ৷ এই কাৰ্যসূচীত কংগ্ৰেছৰ প্ৰাক্তন ৱাৰ্ড সদস্য, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেইবাজনো বিষয়ববীয়াই বিজেপিত যোগদান কৰে ৷

উল্লেখ্য যে, এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক ৰিতুপৰ্ন বৰুৱা, জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্ত আৰু অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাহুল সোণোৱালকে প্ৰমূখ্য কৰি বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ বিষয়ববীয়া ৷

লগতে পঢ়কঃ মন্ত্ৰী যোগেন মহনৰ ঘনিষ্ঠ বিজেপি নেতা বিপুল ফুকনৰ জাতীয় পৰিষদত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.