ETV Bharat / state

মৰাণৰ খোৱাঙত পথ দুৰ্ঘটনা :আহত 25 জন

মৰাণৰ খোৱাঙত বাছ আৰু মেজিকৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত আহত 25 জনকৈ যাত্ৰী ৷ আহতসকলক ভৰ্তি কৰা হয় হাস্পাতলত ৷

MORAN_KHOWANG_RAOD ACCIDENT_injured 25
মৰাণৰ খোৱাঙত পথ দুৰ্ঘটনা
author img

By

Published : Jan 21, 2020, 11:58 PM IST

ডিব্ৰুগড়,21 জানুৱাৰী : মৰাণৰ খোৱাঙত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তিনিচুকীয়া পৰা যোৰহাট অভিমুখে গৈ থকা এখন বাছে একে দিশৰ পৰা আহি থকা এখন মিনি মেজিকক খুন্দিয়াই ৷ যাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহনৰে ২৫ গৰাকী যাত্ৰী আহত হোৱাৰ লগতে ইয়াৰে এগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিবলৈ পোৱা গৈছে ৷ আহত হোৱা আটাইকেইজন লোককে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হয় ৷

অন্য এক খবৰৰ বাবে : ইৰাকৰ গ্ৰীণ জ'নস্থিত মাৰ্কিন দুতাবাসত ৰকেট আক্ৰমণ

মেজিকখনে কোনো সংকেত নিদিয়াকৈ খোৱাঙৰ পথেৰে সোমাই আহিছিল বাবেই ঘটনাটো সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰে ৷ ইফালে, ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখে তদন্ত ৷

Intro:
প্ৰতিবেদক মৰাণ ২১ জানুৱাৰী

মৰাণৰ খোৱাঙত ভয়ংকৰ পথ দুৰ্ঘটনা । তিনিচুকীয়া পৰা যোৰহাট অভিমুখি এখন বাছে (AS06 BC5626) একে দিশৰ পৰা আহি থকা এখন মিনি মেজিকক (AS06 BC6163) খুন্দিওৱাৰ ফলত দুয়োখন গাড়ীৰে প্ৰায় ২৫ গৰাকী লোক আহত হয় । ইয়াৰে এগৰাকী সংকটজনক বুলি বাতৰি লিখাৰ পৰলৈকে জানিব পৰা গৈছে । আহত হোৱা আটাইকেইজন লোককে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হৈছে । মিনি মেজিকখনে কোনো সংকেত নিদিয়াকৈ খোৱাঙৰ পথত সোমাই দিয়াৰ ফলতেই ঘটনাটো সংঘটিত হ'বলৈ পালে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে ।

Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.