ETV Bharat / state

জৰাজীৰ্ণ পথ গতিকে পলমকৈ উপস্থিত অগ্নি নিৰ্বাপক বাহিনী, জুইত যাহ গ'ল সম্পত্তি ! - মৰাণহাট থানা

যোৱানিশা মৰাণৰ দিৰৈ ৰাঙলীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ নিশা প্ৰায় ১ বজাত মৰাণহাট থানাৰ অন্তগৰ্ত ৰাঙলী তিনিআলিত সংঘটিত হয় উক্ত অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডটোৰ ফলত সম্পূৰ্ণৰূপে ভষ্ম হয় এটা চৰকাৰী ডাকঘৰ ,এখন ৱেলডিং দোকান আৰু এখন চাইকেল- বাইক মেৰামতী কৰা দোকান ৷ ডাকঘৰৰ সকলো নথি পত্ৰ জ্বলি ছাই হৈ যোৱাৰ লগতে দোকান দুখনৰো বহুত ক্ষতি হয়

মৰাণৰ দিৰৈ ৰাঙলীত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Sep 29, 2019, 6:13 PM IST

মৰাণ,29 ছেপ্টেম্বৰঃ যোৱানিশা মৰাণৰ দিৰৈ ৰাঙলীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ নিশা প্ৰায় ১ বজাত মৰাণহাট থানাৰ অন্তগৰ্ত ৰাঙলী তিনিআলিত সংঘটিত হয় উক্ত অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডটোৰ ফলত সম্পূৰ্ণৰূপে ভষ্ম হয় এটা চৰকাৰী ডাকঘৰ ,এখন ৱেলডিং দোকান আৰু এখন চাইকেল- বাইক মেৰামতী কৰা দোকান ৷ ডাকঘৰৰ সকলো নথি পত্ৰ জ্বলি ছাই হৈ যোৱাৰ লগতে দোকান দুখনৰো যথেষ্ঠ ক্ষতিসাধন হয় ৷

মৰাণৰ দিৰৈ ৰাঙলীত ভয়ংকৰ অগ্নিকাণ্ড

ৱেলডিং দোকান খনত হোৱা শ্বৰ্ট চাৰ্কিতৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ ১৪ খন গাওঁৰ একমাত্ৰ শাখা ডাকঘৰত থকা নথি প্ৰত্ৰ সমূহ সম্পূৰ্ণকৈ জুইত ভস্মীভূত হয় ৷ উক্ত ঘটনাত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ ৫ লক্ষাধিক হ'ব বুলি জনাইছে স্থানীয় ৰাইজে ৷

অগ্নিকাণ্ডটোৰ পাছতে মৰাণ তিলৈৰ অগ্নি নিৰ্বাপন বাহিনীক খবৰ দিয়া হৈছিল যদিও পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই সময়মতে ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনী ৷

Intro:

যোৱানিশা প্ৰায় ১ বজাত চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তগৰ্ত দিৰৈ ৰাঙলী মিলন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাঙলী তিনিআলি স্থিত এটা চৰকাৰী ডাকঘৰ ,এখন ৱেলডিং দোকান আৰু এখন চাইকেল- বাইক মেৰামতী কৰা দোকান সম্পূৰ্ণ জ্বলী ছাঁই হৈ যায়|ডাকঘৰৰ সকলো নথি পত্র জ্বলাৰ লগতে বাকী দুখনৰো বহুত ক্ষতি হয় । সন্দেহ কৰা মতে ৱেলডিং দোকান খনৰ পৰা শ্বট চাৰ্কিতৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডপ ফলত ১৪ খন গাওঁৰ একমাত্ৰ শাখা ডাকঘৰত থকা নথি প্ৰত্ৰ সমূহ সম্পূৰ্ণকৈ জুইত ভস্মীভূত হয় । স্থানীয় ৰাইজৰ পৰা ক্ষয়-ক্ষতিৰ পৰিমাণ ৫ লক্ষাধিক হ'ব বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ড হোৱাৰ পাছতে মৰাণ তিলৈৰ অগ্নি নিৰ্বাপন বাহিনীক খবৰ দিয়া হৈছিল যদিও পথৰ জৰাজীৰ্ণ অৱস্থাৰ কাৰণে সময়ত অগ্নি নিৰ্বাপন কৰা গাড়ী গৈ ঘটনাস্থলীত উপস্থিত হ'ব নোৱাৰে ।Body: ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.