ETV Bharat / state

তামোল-পাণৰ শৰাইলৈ অপহৃত পুত্ৰৰ মুক্তি বিচাৰিলে এহাল পিতৃ-মাতৃয়ে

author img

By

Published : Apr 23, 2021, 2:26 PM IST

মঙলবাৰে মাজনিশা লাকুৱাৰ পৰা এখন এম্বুলেন্স যোগে তিনিজন ONGC বিষয়াক অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ পাচতে এতিয়া শোকত ভাগি পৰিছে তিনিয়ো গৰাকী বিষয়াৰ পৰিয়াল ৷ কোনো এটা সংগঠনে অপহৰণৰ দায়িত্ব স্বীকাৰ নকৰাত ডিব্ৰুগড়ৰ খোৱাং সৰু আলিস্থিত মোহিনী মোহন গগৈৰ পিতৃ-মাতৃয়ে তামোল-পাণৰ শৰাই দি নিজ পুত্ৰৰ লগতে আন দুজন বিষয়াক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনাইছে অপহৰণকাৰীক ৷

Mohini Mohan Gogoi's parents requesting to Kidnapper
তামোল-পাণৰ শৰাইলৈ পুত্ৰৰ মুক্তিৰ আহ্বান এহাল পিতৃ-মাতৃৰ

মৰাণ,23 এপ্ৰিল: পুত্ৰৰ মুক্তি বিচাৰি এহাল পিতৃ-মাতৃৰ হিয়া ভগা কান্দোন ৷ অপহৰণৰ 48 ঘন্টা উকলি যোৱাৰ পাচতো পুত্ৰ কোনো খবৰ নাপাই হিয়া ঢাকুৰি কান্দিছে ONGC বিষয়া মোহিনী মোহন গগৈৰ পিতৃ-মাতৃয়ে ৷ মঙলবাৰে মাজনিশা লাকুৱাৰ পৰা এখন এম্বুলেন্স যোগে মোহিনী মোহন গগৈসহ আন দুজন বিষয়াক অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ পাচতে এতিয়া শোকত ভাগি পৰিছে তিনিও গৰাকী বিষয়াৰ পৰিয়াল ৷

বৰ্তমানলৈকে কোনো এটা সংগঠনে অপৰহৰণৰ তথ্য ফাদিল নকৰাত উদ্বিগ্ন হৈ পৰিছে পৰিয়াল কেইটা ৷ অপহৰণৰ দায়িত্ব স্বীকাৰ নকৰাত ডিব্ৰুগড়ৰ খোৱাং সৰু আলিস্থিত মোহিনী মোহন গগৈৰ পিতৃ হেমন্ত গগৈ আৰু মাতৃ মিনু গগৈয়ে তামোল-পাণৰ শৰাই দি নিজ পুত্ৰৰ লগতে আন দুজন বিষয়াক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনায় ৷

লগতে পঢ়ক: মহানগৰীত গ্ৰেপ্তাৰ দুই ভুৱা চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.