ETV Bharat / state

ডিব্ৰুগড়ত শাক-পাচলিৰ হোম ডেলিভাৰী সেৱা আৰম্ভ - জৈৱিক পদ্ধতি

ডিব্ৰুগড় জিলা মাইজানত প্ৰশাসনৰ আহ্বানমৰ্মে "GYRATE নেটকম" নামৰ এক প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিছে শাক পাচলি হোম ডেলিভাৰী সেৱা ৷ অত্যাধুনিক ব্যৱস্থা যুক্ত এই প্ৰতিষ্ঠানটোৱে ডিব্ৰুগড়ৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা জৈৱিক পদ্ধতিৰে উৎপাদিত থলুৱা শাক-পাচলি ক্ৰয় কৰে ৷ অত্যাধুনিক পদ্ধতিৰে বীজাণু মুক্ত কৰাৰ লগতে পেকিং কৰি গ্ৰাহকক হোমডেলি ভাৰি কৰাৰ ব্যৱস্থা কৰিছে প্ৰতিষ্ঠানটোৱে ৷

ETV BHARAT
ডিব্ৰুগড়ত শাক-পাচলিৰ হোম ডেলিভাৰী সেৱা আৰম্ভ
author img

By

Published : Apr 28, 2020, 1:54 PM IST

ডিব্ৰুগড়,28 এপ্ৰিলঃ ডিব্ৰুগড়ত অনলাইন যোগে ফল-মূল আৰু শাক পাচলিৰ হোম ডেলিভাৰী সেৱা আৰম্ভ হৈছে ৷ "GYRATE নেটকম" নামৰ প্ৰতিষ্ঠানটোৱে লৈছে এই পদক্ষেপ ৷

ডিব্ৰুগড়ত শাক-পাচলিৰ হোম ডেলিভাৰী সেৱা আৰম্ভ

লক ডাউনৰ মাজতে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত আৰম্ভ হয় ফল-মূল আৰু শাক পাচলিৰ এক হোম ডেলিভাৰী সেৱা ৷ ডিব্ৰুগড় জিলা প্ৰশাসনৰ আহ্বানমৰ্মে "GYRATE নেটকম" নামৰ এক প্ৰতিষ্ঠানটোৱে আগবঢ়াইছে এই সেৱা ৷ ডিব্ৰুগড় মাইজানত অত্যাধুনিক ব্যৱস্থাযুক্ত এই প্ৰতিষ্ঠানটোৱে জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা জৈৱিক পদ্ধতিৰে উৎপাদিত হোৱা থলুৱা শাক-পাচলি ক্ৰয় কৰে ৷ তাৰোপৰি অত্যাধুনিক পদ্ধতিৰে বীজাণু মুক্ত কৰাৰ লগতে পেকিং কৰি গ্ৰাহকসকলে ঘৰতেই হোমডেলি ভাৰি কৰাৰ ব্যৱস্থা কৰিছে ৷

তাৰোপৰি বিভিন্ন স্থানৰ পৰা অনলাইনৰ জৰিয়তে অৰ্ডাৰ দি সহজতেই গ্ৰাহক সকলে প্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ সুবিধা কৰিছে প্ৰতিষ্ঠানটোৱে ৷ প্ৰতিদিনে পাঁচ হেজাৰ কিলোগ্ৰাম শাক পাচলি,ফল-মূল অন্যান্য প্ৰান্তলৈ যোগান ধৰাৰ লক্ষ্য বান্ধি লৈছে প্ৰতিষ্ঠানটোৱে । এই বীজাণু মুক্ত পদ্ধতিৰ ফল মূল,শাক পাচলি ক্ৰয়ৰ বাবে মোবাইলৰ Google Play Storeত গৈ প্ৰতিষ্ঠানৰ এপছ ডাউনলোড কৰি উক্ত এপৰ জৰিয়তে নিজৰ নিজৰ প্ৰচণ্ডৰ শাক-পাচলি অৰ্ডাৰ দিব পাৰিব বুলি জনাইছে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াই । ইতিমধ্যে ডিব্ৰুগড়ত "GYRATE'' নেটকমে যোগান ধৰা অনলাইন শাক-পাচলিৰ বাবে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছে ।

লগতে পঢ়ক- ৰঙিয়াৰ কণমানি হিমাশ্ৰীক সহায়ৰ প্ৰয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.