ETV Bharat / state

"ইতিহাস নজনা জধামূৰ্খ বিধায়ক"-আটাছু

author img

By

Published : Feb 12, 2020, 5:03 PM IST

Updated : Feb 12, 2020, 6:19 PM IST

অসমৰ ইতিহাস নজনা জধামূৰ্খ আখ্যা দি সাম্প্ৰদায়িক মন্তব্য কৰা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰৰ দাবীত টিংখাঙত উত্তাল প্ৰতিবাদ ৷ বিধায়ক আমিনুল ইছলামৰ প্ৰতিমূৰ্তি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থা ৰাজগড় আঞ্চলিক সমিতিয়ে ৷

effigy burn at tingkhong
টিংখাঙৰ ৰাজগড়ত আমিনুল ইছলামৰ প্ৰতিমূৰ্তি দাহ

টিংখাং,12 ফেব্ৰুৱাৰীঃ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বিৰোধিতাৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰৰ দাবীত টিংখাঙত উত্তাল প্ৰতিবাদ । টিংখাঙৰ ৰাজগড়ত আটাছু ৰাজগড় আঞ্চলিক সমিতিয়ে মৰাণ-নাহৰকটিয়া পথৰ ওপৰত বিধায়ক আমিনুল ইছলামৰ প্ৰতিমূৰ্তি জ্বলাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে বিধায়ক আমিনুল ইছলামে আহোমক কৰা চৰম অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি কৈ বৰ অসম গঠন কৰা আহোম জাতিক চৰম অপমান কৰাৰ অধিকাৰ ক'ত পালে বুলি কৈ ইতিহাস নজনা জধামূৰ্খ বিধায়ক আখ্যা দি আমিনুল ইছলামক অতিশীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি অতি ভয়াৱহ হ'ব আৰু ইয়াৰ বাবে প্ৰশাসনেই জগৰীয়া হ'ব বুলি সকীয়াই দিয়ে টাই আহোম ছাত্ৰ সন্থা ৰাজগড় আঞ্চলিক সমিতিয়ে ৷

লগতে পঢ়কঃকৰিমগঞ্জত 7 দিনত 7টাকৈ শিশুৰ মৃত্যু

Last Updated : Feb 12, 2020, 6:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.