ETV Bharat / state

খোৱাং চাহ বাগিচাৰ ক'ভিড কেন্দ্ৰ পৰিদৰ্শন ৰামেশ্বৰ তেলীৰ

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ সহ খোৱাং চাহ বাগিচাৰ ক'ভিড কেন্দ্ৰ পৰিদৰ্শন কৰে ৷

author img

By

Published : May 29, 2021, 1:22 PM IST

minister-rameshwar-teli-visit-covid-care-of-khowang-tea-estate
খোৱাং চাহ বাগিচাৰ ক'ভিড কেন্দ্ৰ পৰিদৰ্শন কৰে ৰামেশ্বৰ তেলীয়ে

মৰাণ, 29 মে’ : মৰাণৰ খোৱাঙত ক'ভিড পৰিস্থিতি আজিও অনিয়ন্ত্ৰিত হৈ আছে । বিশেষকৈ চাহ বাগিচাৰ অঞ্চলত ক'ভিড ৰোগীৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পাবলৈ ধৰিছে । শুকুৰবাৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং চাহ বাগিচাৰ ক'ভিড কেন্দ্ৰ পৰিদৰ্শন কৰে । ইয়াৰ লগতে বাগিচাখনৰ কৰ্তৃপক্ষই ইতিমধ্যে ক'ভিড সম্পৰ্কত গ্ৰহণ কৰা প্ৰস্তুতি দেখি সন্তোষ প্ৰকাশ কৰে মন্ত্ৰী জনে ।

Minister Rameshwar Teli visite covid care of Khowang tea estate
ৰামেশ্বৰ তেলীৰ খোৱাং চাহ বাগিচাৰ ক'ভিড কেন্দ্ৰ পৰিদৰ্শন

উল্লেখ্য যে, ৰামেশ্বৰ তেলীৰ লগত ক'ভিড কেন্দ্ৰ পৰিদৰ্শনত সহযোগিতা কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ বাগিচাখনৰ পৰিচালক অপূৰ্ব চুতীয়া, ডিব্ৰুগড় জিলা বিজেপিৰ সাধাৰণ সম্পাদক শ্যামল ভূমিজ, ডিব্ৰুগড় জিলা যুৱমৰ্চাৰ সম্পাদক জিতুল গগৈয়ে ।

লগতে পঢ়ক : শালকাঠনী চাহ বাগিচাত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.