ETV Bharat / state

যোগেন মহনে গ্ৰহণ কৰিলে ক’ভিড প্ৰতিষেধক

author img

By

Published : Apr 7, 2021, 10:07 PM IST

বুধবাৰে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিলে অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে । প্ৰতিষেধক গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সকলোকে প্ৰতিষেধক গ্ৰহণৰ আহ্বান জনায় ।

প্ৰতিষেধক গ্ৰহণ কৰিলে ৰাজহ মন্ত্ৰী যোগেন মহনে

মৰাণ,৭ এপ্ৰিল: ভাৰতৰ আন প্ৰান্তৰ লগতে অসমতো শেহতীয়াকৈ বাঢ়িছে কৰ'ণা ৰোগীৰ সংখ্যা । কেইবাখনো জিলাৰ প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ । কিছুমান জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে । ৰাজ্য চৰকাৰে ৰে’ল ষ্টেচন, বিমানবন্দৰ আদিত কৰ’ণা পৰীক্ষা বাধ্যতামূলক কৰিছে ।

অৱশ্যে অব্যাহত আছে ক'ভিড-১৯ ৰ টীকাকৰণ প্ৰক্ৰিয়া । যথেষ্ট সংখ্যক লোকক প্ৰতিষেধক প্ৰদানত গুৰুত্ব আৰোপ কৰিছে চৰকাৰে । ইয়াৰ মাজতে বুধবাৰে প্ৰতিষেধক গ্ৰহণ কৰিলে অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে । প্ৰতিষেধক গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে যোগ্য সকলোকে প্ৰতিষেধক গ্ৰহণৰ আহ্বান জনায় ।

লগতে পঢ়ক: 28 বছৰৰ পাচত ভোটাধিকাৰ সাব্যস্ত কৰিলে আচমা খাতুনে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.