ETV Bharat / state

খোৱাঙৰ বৰপথাৰত ধৰ্মীয় নীতি নিয়মেৰে উদযাপন মে ডাম মে ফি - খোৱাঙৰ বৰপথাৰত ধৰ্মীয় নীতি নিয়মেৰে উদযাপন মে ডাম মে ফি

ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বৰপথাৰত, মৰাণ সমষ্টি উন্নয়ন পৰিষদৰ উদ্যোগত আৰু বৰপথাৰ বাসী ৰাইজৰ সহযোগত আহোমৰ ধৰ্মীয় নীতি নিয়মেৰে মে ডাম মে ফি উদযাপন কৰা হৈছে ৷

me-dam-me-fi-celebrates-at-khowang
খোৱাঙৰ বৰপথাৰত ধৰ্মীয় নীতি নিয়মেৰে উদযাপন মে ডাম মে ফি
author img

By

Published : Jan 31, 2021, 2:20 PM IST

Updated : Jan 31, 2021, 6:13 PM IST

মৰাণ, 31 জানুৱাৰী : প্ৰতিবছৰে জানুৱাৰী মাহৰ 31 তাৰিখে সমূহীয়াকৈ উদযাপন কৰা হয় মে-ডাম-মে-ফি ৷ এই উৎসৱত আহোম সকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে ।

দেওবাৰে সমগ্ৰ ৰাজ্যতে ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰা হৈছে মে-ডাম-মে-ফি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বৰপথাৰত, মৰাণ সমষ্টি উন্নয়ন পৰিষদৰ উদ্যোগত আৰু বৰপথাৰ বাসী ৰাইজৰ সহযোগত আহোমৰ ধৰ্মীয় নীতি নিয়মেৰে মে ডাম মে ফি উদযাপন কৰা হৈছে ৷

খোৱাঙৰ বৰপথাৰত ধৰ্মীয় নীতি নিয়মেৰে উদযাপন মে ডাম মে ফি

মে ডাম মে ফিৰ লগতে পুৱাৰ পৰাই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ।

ডিব্ৰুগড় জিলা খোৱাঙৰ বৰপথাৰত অনুষ্ঠিত হোৱা মে ডাম মে ফি স্থলীত আন্তঃজাতিক খ্যাতি সম্পন্ন শিল্পী জীনা ৰাজকুমাৰী আৰু ড৹ দয়ানন্দ বুঢ়াগোহাঁই উপস্থিত হৈ ধৰ্মীয় পূজাতো অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক : ডিব্ৰুগড় জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ প্ৰশংসনীয় প্ৰদক্ষেপ

Last Updated : Jan 31, 2021, 6:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.