ETV Bharat / state

থুঁতৰিত মাস্ক পিন্ধি মাস্ক বিতৰণ মন্ত্ৰী যোগেন মহনৰ

author img

By

Published : Apr 27, 2021, 11:19 AM IST

মহামাৰী কাল কৰ’ণাৰ প্ৰতি সজাগ কৰিবলৈ সোমবাৰে ৰাজপথত মাস্ক বিতৰণ কৰে মন্ত্ৰী যোগেন মহনে ৷ থুঁতৰিত মাস্ক পৰিধান কৰি ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে ৷

মুখত মাস্ক অবিহনেই ৰাজপথত মাস্ক বিতৰণ মন্ত্ৰী যোগেন মহনৰ

মৰাণ,27 এপ্ৰিল: ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি হৈছে ক’ভিড মহামাৰীৰ গণ সংক্ৰমণ ৷ বাদ পৰি ৰোৱা নাই মৰাণ ৷ মৰাণতো প্ৰতি দিনাই বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷

মুখত মাস্ক অবিহনেই ৰাজপথত মাস্ক বিতৰণ মন্ত্ৰী যোগেন মহনৰ
থুঁতৰিত মাস্ক পিন্ধি মাস্ক বিতৰণ মন্ত্ৰী যোগেন মহনৰ

মহামাৰী কাল কৰ’ণাৰ প্ৰতি সজাগ কৰিবলৈ সোমবাৰে ৰাজপথলৈ ওলাই আহিল মন্ত্ৰী যোগেন মহন । ভাৰতীয় জনতা যুৱ মৰ্চা মৰাণ টাউন মণ্ডলৰ তৰফৰ পৰা কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা অভিযানৰ অংশ হিচাপে মাস্ক বিতৰণৰ কার্যসূচী হাতত লয় । এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে মন্ত্ৰী যোগেন মহনে ৷ ৰাইজক কাল কৰ’ণাৰ প্ৰতি সজাগ কৰি ৰাইজক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ৷

ৰাজপথত মাস্ক লৈ জন সাধাৰণক সজাগ কৰা মন্ত্ৰী যোগেন মহনৰ মুখত দেখা নগ’ল মাস্ক ৷ থুঁতৰিত মাস্ক পৰিধান কৰি মন্ত্ৰী গৰাকীয়ে মাস্ক বিতৰণ কাৰ্যসূচীত অংশ লয় ৷ এতিয়া প্ৰশ্ন হৈছে যে, কেৱল ৰাইজক সজাগ কৰিয়েই দায়িত্ব সামৰিছে নেকি মন্ত্ৰী গৰাকীয়ে ? নে কৰ’ণাই বশ কৰিব নোৱাৰে মন্ত্ৰীসকলক ? কেৱল যোগেন মহনে নহয়, বিগত সময়চোৱাত নিৰ্বাচনৰ ৰাজহুৱা ৰেলীসমূহ নাইবা জনসভাত অংশ লোৱা চৰকাৰৰ একাংশ প্ৰভাৱশালী মন্ত্ৰীৰ মুখতো দেখা পোৱা নগৈছিল মাস্ক ৷

লগতে পঢ়ক: মৰাণত একেদিনাই কৰ'ণাত আক্ৰান্ত 18 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.