ETV Bharat / state

Knife attack at Chabua: বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজতে চাবুৱাত ছুৰিকাঘাত

author img

By

Published : May 8, 2022, 10:07 PM IST

বিহুৰ অনুষ্ঠানৰ মাজতে এইবাৰ সংঘটিত হ’ল ছুৰিকাঘাতৰ ঘটনা (Knife attack at Chabua)৷ চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷ ৰাকেশ ৰিয়ানৰ সংগীতানুষ্ঠানৰ মাজতে কোনো অচিনাক্ত লোকে ছুৰীৰে আঘাত কৰে এজন লোকৰ পেটত ৷

Knife attack at Chabua
বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজতে চাবুৱাত ছুৰিকাঘাত

মৰাণ, 8 মে’: শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহুৰ সংগীতানুষ্ঠানত সংঘটিত হৈছে বহু অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ সংগীতানুষ্ঠানৰ(Rakesh Reeyan Bihu programme) মাজতে সংঘটিত হ’ল ছুৰিকাঘাতৰ ঘটনা (Knife attack at Chabua) ৷ চাবুৱাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷

চাবুৱাত বিহু সন্মিলন(Chabua Anchalik Bihu Sanmilan) উপভোগ কৰি থকা সময়তে এজন যুৱকৰ হাত আৰু পেটত ছুৰীৰে গুৰুতৰভাৱে আঘাত কৰাৰ ফলত সংকটজনক অৱস্থাত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় । ছুৰিকাঘাতৰ ফলত চাবুৱাৰ হাটখোলা গাঁৱৰ মানস গগৈ (৩৩) নামৰ যুৱকজনৰ পেটৰ ভিতৰৰ অংশ বাহিৰলৈ ওলাই অহা বুলি জানিব পৰা গৈছে ৷

দুটি সন্তানৰ পিতৃ মানসক কোনে আক্ৰমণ কৰিলে সেই কথা এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷ সমগ্ৰ ঘটনাক চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে দোষী অতিশীঘ্ৰে কৰায়ত্ব কৰাৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক: ভেলেঙী নৈত উদ্ধাৰ নিৰুদ্দিষ্ট হিমজ্যোতি দাসৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.