ডিব্ৰুগড়, 20 ডিচেম্বৰ: বিজেপি চৰকাৰ সম্পৰ্কীয় এক সংবাদমেলৰ পিচতেই বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ ভুমিকা সম্পৰ্কত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ মন্তব্য :
মূখ্যমন্ত্ৰীক তেওঁৰ আসনৰ মৰ্যদা হানি নকৰি, আগন্তুক দিনত বিভ্ৰান্তমূলক কথাৰে অসমৰ ৰাইজক বিভ্ৰান্ত নকৰিবলৈ সকিয়াই দিয়ে ছাত্ৰনেতা গৰাকীয়ে ৷
লগতে পঢ়ক: শিৱসাগৰত সমূহীয়া পদত্যাগ অসম যুৱ পৰিষদৰ