ETV Bharat / state

কংগ্ৰেছে নাটক কৰাৰ অভিযোগ যোগেন মহনৰ

মন্ত্ৰী যোগেন মহনৰ গুণ্ডা বাহিনীয়ে মাহমৰাৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰজ দিহিঙীয়াৰ গাড়ী ভঙাৰ লগতে কংগ্ৰেছ কৰ্মীয়ে গুৰুতৰভাৱে আঘাত পোৱা বুলি সংবাদমেল সদৰী কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী তথা মাহমৰাৰ বিজেপি প্ৰাৰ্থী যোগেন মহনে ।

কংগ্ৰেছৰ মতিভ্ৰম হৈ নাটক কৰাৰ অভিযোগ যোগেন মহনৰ

author img

By

Published : Mar 20, 2021, 7:27 PM IST

মৰাণ,20 মাৰ্চঃ মাহমৰাৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ গৰম হৈ পৰিছে । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মাহমৰাত নিৰ্বাচনী হিংসা আৰম্ভ হৈছে । মন্ত্ৰী যোগেন মহনৰ গুণ্ডা বাহিনীয়ে মাহমৰাৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰজ দিহিঙীয়াৰ গাড়ী ভঙাৰ লগতে কংগ্ৰেছ কৰ্মীয়ে গুৰুতৰভাৱে আঘাত পোৱা বুলি সংবাদমেল সদৰী কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী তথা মাহমৰাৰ বিজেপি প্ৰাৰ্থী যোগেন মহনে ।

কংগ্ৰেছৰ মতিভ্ৰম হৈ নাটক কৰাৰ অভিযোগ যোগেন মহনৰ

কংগ্ৰেছ প্ৰাৰ্থীজনে অভিযোগ কৰাৰ বিপৰীতে মন্ত্ৰী যোগেন মহনে কয়, কংগ্ৰেছেহে বিজেপি কৰ্মীৰ গাড়ী ভাঙিছে ।‌ মাহমৰাত কংগ্ৰেছ বিধ্বস্ত হৈ পৰাত কংগ্ৰেছে মতিভ্ৰম হৈ এই নাটক কৰাৰ অভিযোগ মন্ত্ৰী যোগেন মহনৰ । লগতে মন্ত্ৰীজনে কয়, কংগ্ৰেছে নিৰ্বাচনী আয়োগৰ নীতি-নিয়ম উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ কৰিছে । কংগ্ৰেছে প্ৰশাসন আৰু নিৰ্বাচন আয়োগকে গুৰুত্ব নিদিয়ে । এইসকল চৰকাৰলৈ আহিলে কি পৰিৱেশ হ'ব ৰাইজে ভালদৰে বুজি পাইছে । এই মন্তব্য মন্ত্ৰী যোগেন মহনৰ ৷

লগতে পঢ়কঃ হোজাইত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.