ডিব্ৰুগড়, 27 আগষ্টঃ প্ৰকৃতিৰ সম্বলেৰে ভৰপুৰ জয়পুৰ বৰ্ষাৰণ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আৰু দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে বিগত বৰ্ষৰ দৰেই এইবাৰো ডিচেম্বৰ মাহৰ ২৭,২৮ আৰু ২৯ তাৰিখে জয়পুৰৰ বুঢ়ীদিহিং নৈৰ চাপৰিত নেচাৰ্চ বেকন আৰু নাহৰকটীয়াৰ যুৱ নেতা তৰংগ গগৈৰ প্ৰচেষ্টাত তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱ ৷ এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় খাদ্য ও সংশোধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। এই উৎসৱত কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ পাটিলৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,পৰ্যটন মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,বক্সাৰ মেৰিকম আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলিয়ে সংবাদমেলত ব্যক্ত কৰে। আনহাতে,বিভিন্ন ইভেণ্টৰ উপৰিও এইবাৰ বীচ্চ ভলীবল প্ৰতিযোগিতা,জংঘল ট্ৰেকিং,হাতী চাফাৰী,বাৰ্ড ৱাচিং,বুটিং আদিৰ লগতে বৰ্ষাৰণ্য সংৰক্ষণ সম্পৰ্কীয় আলোচনা চক্ৰ আদি এই উৎসৱৰ কাৰ্যসূচীৰ অংশ হ’ব ৷ লগতে উৎসৱলৈ অহা লোকসকলে উত্তৰ-পূৰ্বাঞ্চলৰ গীত-নৃত্যৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ থলুৱা ভাৱে উৎপাদিত খাদ্য সম্ভাৰৰ জুটি লব পাৰিব ৷ ইফালে মহোৎসৱথলীত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ লগতে বলিউদৰ কেইবাগৰাকীও তাৰকা সংগীত শিল্পীয়ে গীত পৰিৱেশন কৰিব।
জয়পুৰ বৰ্ষাৰণ্য উৎসৱঃ ৰামেশ্বৰ তেলীৰ সংবাদমেল - ৰামেশ্বৰ তেলী
ডিব্ৰুগড় জয়পুৰ বৰ্ষাৰণ্য উৎসৱ ৷ সংবাদমেলত তাৰিখ ঘোষণা মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷ বিভিন্ন খেল-ধেমালি,সাংস্কৃতিক অনুষ্ঠানেৰে উপচি পৰিব এই উৎসৱ ৷ উপস্থিত থাকিব বহু ৰথী-মহাৰথী ৷
![জয়পুৰ বৰ্ষাৰণ্য উৎসৱঃ ৰামেশ্বৰ তেলীৰ সংবাদমেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4261876-thumbnail-3x2-rainfrst.jpg?imwidth=3840)
ডিব্ৰুগড়, 27 আগষ্টঃ প্ৰকৃতিৰ সম্বলেৰে ভৰপুৰ জয়পুৰ বৰ্ষাৰণ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আৰু দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে বিগত বৰ্ষৰ দৰেই এইবাৰো ডিচেম্বৰ মাহৰ ২৭,২৮ আৰু ২৯ তাৰিখে জয়পুৰৰ বুঢ়ীদিহিং নৈৰ চাপৰিত নেচাৰ্চ বেকন আৰু নাহৰকটীয়াৰ যুৱ নেতা তৰংগ গগৈৰ প্ৰচেষ্টাত তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱ ৷ এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় খাদ্য ও সংশোধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। এই উৎসৱত কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ পাটিলৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,পৰ্যটন মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,বক্সাৰ মেৰিকম আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলিয়ে সংবাদমেলত ব্যক্ত কৰে। আনহাতে,বিভিন্ন ইভেণ্টৰ উপৰিও এইবাৰ বীচ্চ ভলীবল প্ৰতিযোগিতা,জংঘল ট্ৰেকিং,হাতী চাফাৰী,বাৰ্ড ৱাচিং,বুটিং আদিৰ লগতে বৰ্ষাৰণ্য সংৰক্ষণ সম্পৰ্কীয় আলোচনা চক্ৰ আদি এই উৎসৱৰ কাৰ্যসূচীৰ অংশ হ’ব ৷ লগতে উৎসৱলৈ অহা লোকসকলে উত্তৰ-পূৰ্বাঞ্চলৰ গীত-নৃত্যৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ থলুৱা ভাৱে উৎপাদিত খাদ্য সম্ভাৰৰ জুটি লব পাৰিব ৷ ইফালে মহোৎসৱথলীত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ লগতে বলিউদৰ কেইবাগৰাকীও তাৰকা সংগীত শিল্পীয়ে গীত পৰিৱেশন কৰিব।
ডিব্ৰুগড় জিলাৰ জয়পুৰৰ প্ৰায় ৮০০ বৰ্গ কিলোমিটাৰ সামৰি থকা এখন অভয়াৰণ্য হৈছে জয়পুৰ বৰ্ষাৰণ্য। ২০০৪ চনতে বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা এই অভয়াৰণ্য খন বিশেষকৈ হলৌ বান্দৰৰ বাবে বিখ্যাত তদুপৰি এই অভয়াৰণ্য খনত আছে ৭টা প্ৰজাতিৰ বান্দৰ, ৫টা প্ৰজাতিৰ ধনেশ পক্ষী আৰু ৭টা প্ৰজাতিৰ মেকুৰী বাঘৰ লগতে বিভিন্ন প্ৰজাতিৰ অৰ্কিড৷
Body: প্ৰকৃতিৰ সম্বলৰে ভৰপুৰ জয়পুৰ বৰ্ষাৰণ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আৰু দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ বাবে বিগত বৰ্ষৰ দৰেই এইবাৰো ডিচেম্বৰ মাহৰ ২৭, ২৮ আৰু ২৯ তাৰিখে জয়পুৰৰ বুঢ়ীদিহিং নৈৰ চাপৰিত নেচাৰ্চবেকন আৰু নাহৰকটীয়াৰ যুৱ নেতা তৰংগ গগৈৰ প্ৰচেষ্টাত তিনিদিনীয়াকৈ উদযাপন কৰা হব জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱ এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় খাদ্য ও সংশোধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলিয়ে । ইতিমধ্যে এই উৎসৱলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ পাটিলৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, পৰ্যটন মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বক্সাৰ মেৰিকম আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলিয়ে সংবাদমেলত ব্যক্ত কৰে। আনহাতে বিভিন্ন ইভেণ্টৰ উপৰিও এইবাৰ বিচ্চ ভলি প্ৰতিযোগিতা, জংঘল ট্ৰেকিং, হাতী চাফাৰী, বাৰ্ড ৱাচিং, বুটিং আদিৰ লগতে বৰ্ষাৰণ্য সংৰক্ষণ সম্পৰ্কীয় আলোচনা চক্ৰ আদি এই বৰ্ষাৰণ্য উৎসৱৰ কাৰ্যসূচীত স্থান পোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ গীত নৃত্যৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ থলুৱা ভাৱে উৎপাদিত খাদ্য সম্ভাৰৰ জুটি লব পাৰিব বৰ্ষাৰণ্যলৈ অহা লোক সকলে।
Conclusion:ইফালে মহোৎসৱ থলীত অনুষ্ঠিত হব লগীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ লগতে বলিউদৰ কেইবাগৰাকী তাৰকা আৰু সংগীত শিল্পীয়ে গীত পৰিবেশন কৰিব।
Byte. ৰামেশ্বৰ তেলী