ETV Bharat / state

সাপেখাতীত আন্তৰ্জাতিক নাৰী দিৱস পালন - International women's day celebration at Sapekhati

চৰাইদেউৰ সাপেখাতীত আন্তৰ্জাতিক নাৰী দিৱস পালন ৷ সাপেখাতী পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত 8 মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় ।

চৰাইদেউৰ সাপেখাতীত আন্তৰ্জাতিক নাৰী দিৱস পালন

author img

By

Published : Mar 9, 2021, 4:49 PM IST

মৰাণ,9 মাৰ্চ : চৰাইদেউ জিলা মহিলা সমিতি, ৱাৰিৱৰছ চৰাইদেউ জিলা সমিতি আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ যৌথ উদ্যোগত সাপেখাতী পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত 8 মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় । অনুষ্ঠানটিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভানেত্ৰী ৰীণা গগৈয়ে ৷ স্মৃতি তৰ্পণ কৰে চিএলএফৰ সভানেত্ৰী ৰুবী ভূঞাই । বৃক্ষৰোপণ কৰে সমাজসেৱিকা নিৰলা বাইলুঙে​ ।

চৰাইদেউৰ সাপেখাতীত আন্তৰ্জাতিক নাৰী দিৱস পালন
চৰাইদেউৰ সাপেখাতীত আন্তৰ্জাতিক নাৰী দিৱস পালন

আন্তৰ্জাতিক নাৰী দিৱসৰ শোভাযাত্ৰাৰ উদ্বোধন কৰে চৰাইদেউ জিলা সমিতিৰ ৱাৰিৱৰছৰ সম্পাদিকা ৰূপামণি গগৈয়ে । ৰীণা গগৈৰ সভাপতিত্বত আৰু সাপেখাতী উন্নয়ন খণ্ড প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰাণু ফুকনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাৰ শুভাৰম্ভ হয় জোৎস্না দাস আৰু সংগীবৃন্দৰ দিহা নামেৰে । সভাখন উদ্বোধন কৰে ভাগৱতী প্ৰসাদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শশীপ্ৰভা হাজৰিকাই ৷

উক্ত সভাখনত বিশ্বায়নৰ সময়ত অসমক আগুৱাই নিয়াত নাৰীৰ ভূমিকা শীৰ্ষক বক্তব্য প্ৰদান কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষা ৰতীপ্ৰভা গগৈয়ে ৷ ইয়াৰ পাছতে অধিবক্তা মেৰী শ্যামে নিৰ্দিষ্ট বক্তাৰ ভাষণত নাৰী সবলীকৰণৰ ওপৰত বক্তব্য ৰাখে ৷ উক্ত অনুষ্ঠানত অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক আটক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.