ETV Bharat / state

ডিমৌত কণিষ্ঠ ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক - ডিমৌত কণিষ্ঠ ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে জেষ্ঠ ভাতৃক

ডিমৌত লোমহৰ্ষক হত্যাকাণ্ড। কণিষ্ঠ ভাতৃয়ে সতীর্থৰ সৈতে মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক । ডিমৌ দিচাং দিৰৈ গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা । ডিস্কু মুণ্ডা নামৰ যুৱকজনক নিজ ভাতৃয়ে অতি নিৰ্মম ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে ৷

ডিমৌত কণিষ্ঠ ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক

author img

By

Published : Mar 29, 2021, 10:47 PM IST

মৰাণ,29মাৰ্চ: হোলীৰ আনন্দ উল্লাহৰ মাজতে ডিমৌত লোমহৰ্ষক হত্যাকাণ্ড । কণিষ্ঠ ভাতৃয়ে সতীর্থৰ সৈতে মৰিয়াই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক । ডিমৌ দিচাং দিৰৈ গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা । ডিস্কু মুণ্ডা নামৰ যুৱকজনক নিজ ভাতৃয়ে অতি নিৰ্মম ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে ৷

ডিমৌত কণিষ্ঠ ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক

ঘটনা অনুসৰি, দিচাং দিৰৈ গাঁৱৰ নিবাসী পেটুৱা মুণ্ডাৰ জ্যেষ্ঠ পুত্ৰ ডিস্কু মুণ্ডাই দেওবাৰে সুৰাৰ ৰাগীত মাতাল হৈ নিজৰ বাসগৃহত অগ্নিসংযোগ কৰাত কণিষ্ঠ ভাতৃ ভাইয়া মুণ্ডা আৰু সতীৰ্থ অনিল মুণ্ডাই ডিস্কু মুণ্ডাক এডাল লাঠিৰে উপৰ্যুপৰি আক্ৰমণ কৰে। ফলত গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাৰ অভাৱত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে ডিস্কু মুণ্ডাই ।

বৰ্তমান ঘটনাস্থলীত ডিমৌ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনাৰ লগত জড়িত অনিল মুণ্ডা ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

লগতে পঢ়ক: দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত তিনিচুকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.