ETV Bharat / state

ডিব্ৰুগড়ত ভাৰতৰ নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক - Election Commission

সোমবাৰে নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কত ডিব্ৰুগড়ত ভাৰতৰ নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক প্ৰশাসনৰ বিষয়া সকলৰ সৈতে ৷

ডিব্ৰুগড়ত ভাৰতৰ নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Jan 12, 2021, 10:41 AM IST

মৰাণ,12 জানুৱাৰীঃ সমাগত বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে দেশৰ নিৰ্বাচন আয়োগ । সোমবাৰে ভাৰতৰ নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মাৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা দলে ডিব্ৰুগড়ত উপস্থিত হয় ।

ডিব্ৰুগড়ত ভাৰতৰ নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক
ডিব্ৰুগড়ত ভাৰতৰ নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক

নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যখনৰ ২০ খন নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে উক্ত জিলাসমূহৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ সম্পৰ্কত পৰ্যালোচনা কৰে ৷ নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধানৰ সৈতে সভাত নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ প্ৰধান সচিব নৰেন্দ্ৰ এন বুটলিয়া,সঞ্চালক (ব্যয়) শ্ৰী পংকজ শ্ৰীবাস্তৱ,সঞ্চালক (আইন) বিজয় পাণ্ডে,ই ভি এম কনচালটেণ্ট বিপিন কাটাৰা উপস্থিত থাকে ৷ লগতে সভাত অসমৰ মুখ্য নিৰ্বাচন বিষয়া নিতীন খাড়ে,আৰক্ষী মহাপৰিদৰ্শক ( আইন-শৃংখলা) দীপক কেডিয়া,তিনিটা সংমণ্ডলৰ উপ আৰক্ষী সঞ্চালক প্ৰধানসকল আৰু অন্যান্য সকল উপস্থিত থাকে ৷
লগতে চাওকঃ এছিয়াৰ প্ৰসিদ্ধ টাৱাং মনাষ্ট্ৰীত তিৰজ্ঞা আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.