মৰাণ,5 মাৰ্চ: সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত বিজেপিয়ে ঘোষণা কৰিলে ৭০টা সমষ্টিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা । প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাটৰ অৱসান ঘটাই প্ৰকাশ কৰা তালিকাত দুলীয়াজান সমষ্টিৰ বাবে পুনৰবাৰ তেৰচ গোৱালাক বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে বিজেপি কৰ্মী সকল ৷
গুৱাহাটীৰ পৰা ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পাচতে তেৰচ গোৱালাৰ অনুগামী সকলে বিমান বন্দৰতে বিপুল আদৰণি জনাই নিজ বাসগৃহলৈ লৈ যায় ৷
লগতে পঢ়ক: বিহপুৰীয়াত দুই মেৰুত অৱস্থান বিজেপি শিবিৰ