ETV Bharat / state

মৰাণত চক্ৰধৰ গগৈক আদৰণী জনালে দলীয় সমৰ্থকে - ভাৰতীয় জনতা পাৰ্টি

ডিব্ৰুগড়ৰ ৭ টা বিধানসভা সমষ্টিৰ ভিতৰত লাহোৱাল আৰু চাবুৱাত প্ৰাৰ্থী সলনিৰ কৰা বুলি প্ৰচাৰ হোৱাত দলীয় কৰ্মী সকলৰ মাজত প্ৰতিবাদৰ জোঁৱাৰ দেখিবলৈ পোৱা বিপৰীতে মৰাণত পুনৰ চক্ৰধৰ গগৈয়ে টিকট লাভ কৰা বুলি জানিব পাৰি দলীয় কৰ্মী সকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে ।

মৰাণত চক্ৰধৰ গগৈক আদৰণী জনালে দলীয় সমৰ্থকে

author img

By

Published : Mar 5, 2021, 7:23 PM IST

মৰাণ,5 মাৰ্চ: ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ নকৰোতেই উজনিৰ প্ৰায় বিলাক সমষ্টিত প্ৰাৰ্থিৰ নাম চূড়ান্ত হোৱা বুলি প্ৰচাৰ হৈছিল। ডিব্ৰুগড়ৰ ৭ টা বিধানসভা সমষ্টিৰ ভিতৰত লাহোৱাল আৰু চাবুৱাত প্ৰাৰ্থী সলনিৰ কৰা বুলি প্ৰচাৰ হোৱাত দলীয় কৰ্মী সকলৰ মাজত প্ৰতিবাদৰ জোঁৱাৰ দেখিবলৈ পোৱা বিপৰীতে মৰাণত পুনৰ চক্ৰধৰ গগৈয়ে টিকট লাভ কৰা বুলি জানিব পাৰি দলীয় কৰ্মী সকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে ।

মৰাণত চক্ৰধৰ গগৈক আদৰণী জনালে দলীয় সমৰ্থকে
মৰাণত চক্ৰধৰ গগৈক আদৰণী জনালে দলীয় সমৰ্থকে

শুকুৰবাৰে বিধায়ক চক্ৰধৰ গগৈয়ে গুৱাহাটীৰ পৰা গৈ মৰাণত উপস্থিত হোৱাৰ লগে লগে দলীয় কৰ্মী সকলে নেতা গৰাকীক উষ্ম আদৰণি জনায় । দ্বিতীয় বাৰৰ বাবে চক্ৰধৰ গগৈয়ে টিকট লাভ কৰাত তেওঁৰ অনুগামী সকল আনন্দিত হৈ পৰিছে ।

লগতে পঢ়ক: বঢ়মপুৰ সমষ্টিত প্ৰফুল্ল কুমাৰ মহন্তৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.