ETV Bharat / state

ৰাইজৰ দলত যোগদান প্ৰাক্তন ছাত্ৰ নেতা দীপক শইকীয়াৰ - ৰাইজৰ দল

ৰাইজৰ দলত যোগদান কৰিলে সোণোৱাল-কছাৰী ছাত্ৰ সন্থা তথা 'কা' বিৰোধী ঐক্য মঞ্চ মৰাণৰ প্ৰাক্তন সভাপতি দীপক শইকীয়াই ৷ দলটোত যোগদান কৰিয়েই মুখ্যমন্ত্ৰী সোণোৱালক তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে ৷

দীপক শইকীয়া
দীপক শইকীয়া
author img

By

Published : Dec 31, 2020, 9:43 PM IST

মৰাণ, 31 ডিচেম্বৰ : সদৌ অসম সোণোৱাল-কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা 'কা' বিৰোধী ঐক্য মঞ্চ মৰাণৰ সভাপতি দীপক শইকীয়াই যোগদান কৰিলে ৰাইজৰ দলত ৷ ৰাইজৰ দলত যোগদান কৰিয়েই মুখ্যমন্ত্ৰী সোণোৱালক তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে ৷

তেওঁ কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া অসমৰ বাবে আনন্দ হৈ থকা নাই । দিল্লীৰ ওচৰত মূৰ দোৱালে সোণোৱালে ৷ তেওঁ জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ যি শ্ল'গান দিছিল সেই ক্ষেত্ৰত ব্যৰ্থ হৈছে ৷

ৰাইজৰ দলত যোগদান সোণোৱাল-কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপক শইকীয়াৰ

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে ৰাইজৰ দলত যোগদান কৰাৰ পাচতে তেওঁৰ শুভাকাংক্ষী তথা সমৰ্থক সকলে খোৱাং চাৰিআলিৰ পৰা খোৱাঙৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভালৈ লেচেৰী নৃত্যৰে আদৰি আনে ৷

লগতে পঢ়ক: নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.