ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

author img

By

Published : Sep 13, 2019, 6:44 PM IST

ড0 ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত 2017-18 বৰ্ষৰ চৰ্তুদশ বিত্তীয় আয়োগৰ অধীনত 6 লাখ টকা ব্যয়েৰে মহিলা আৰু শিশুৰ এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ আধাশিলাৰ স্থাপন কৰে পঞ্চায়ত সচিব দিলীপ বৰুৱাই

সুধাকণ্ঠৰ প্ৰতিমূৰ্তি উন্নয়নৰ বাবে আগবাঢ়ি আহিল ৰাংচালি পঞ্চায়ত

ডিব্ৰুগড়,13 চেপ্তেম্বৰঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বিগত 2 বছৰ পূৰ্বে মৰাণৰ সমীপৰ তিলৈ নদীৰ জলাশয়ৰ মাজত স্থাপন কৰা হৈছিল সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি ৷ তাৰ পাচৰ পৰাই পৰিত্যক্ত অৱস্থাত পৰি ৰৈছিল সুধাকণ্ঠৰ প্ৰতিমূৰ্তি ৷ ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ এনেদৰে প্ৰতিমূৰ্তক অপমান কৰাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল খোৱাঙৰ বিভিন্ন মহলত ৷ সুঠাকণ্ঠৰ প্ৰতিমূৰ্তি অপমানৰ বাতৰি প্ৰকাশ হৈছিল ইটিভি ভাৰতত ৷ বাতৰি পৰিৱেশন কৰাৰ কিছুদিনৰ পাচতে অৰ্থাৎ বৃহস্পতিবাৰে ভূপেনদাৰ প্ৰতিমূৰ্তি উন্নয়নৰ বাবে আগবাঢ়ি আহিল ৰাংচালি পঞ্চায়তৰ একাংশ প্ৰতিনিধি । ড0 ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত 2017-18 বৰ্ষৰ চৰ্তুদশ বিত্তীয় আয়োগৰ অধীনত 6 লাখ টকা ব্যয়েৰে মহিলা আৰু শিশুৰ এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ আধাশিলাৰ স্থাপন কৰে পঞ্চায়ত সচিব দিলীপ বৰুৱাই। আধাশিলাৰ প্ৰাকমুহূৰ্তত পঞ্চায়ত সচিবজনে প্ৰকল্পটো উন্নয়ণৰ স্বাৰ্থত সংবাদ মাধ্যমৰ লগতে সকলোৰে সহযোগিতা কামনা কৰে ।

Intro:কিছুদিনৰ পূৰ্বে আমি Etv ত প্ৰচাৰ কৰিছিলো মৰাণৰ সমীপৰ তিলৈ নদীৰ জলাশয়ৰ মাজত কেনেদৰে সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমুৰ্তি স্থাপন কৰি অপমান কৰা হৈছিল । আৰু উক্ত বাতৰিৰ পিছতে মৰাণ আৰু খোৱাঙৰ বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । ইফালে বাতৰি পৰিৱেশন কৰাৰ কিছুদিনৰ পিছতে কালি ভূপেনদাৰ প্ৰতিমূৰ্তি উন্নয়নৰ বাবে আগবাঢ়ি আহিল ৰাংচালি পঞ্চায়তৰ একাংশ প্ৰতিনিধি । ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত ২০১৭-১৮ বৰ্ষৰ চৰ্তুদশ বিত্তীয় আয়োগৰ অধীনত ৬ লাখ টকা ব্যয়েৰে মহিলা আৰু শিশুৰ এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ আধাশিলাৰ ফিটা কাটে পঞ্চায়ত সচিব দিলীপ বৰুৱাই । আধাশিলাৰ ফিটা কটাৰ প্ৰাকমুহূৰ্তত পঞ্চায়ত সচিবজনে প্ৰকল্পটো উন্নয়ণৰ স্বাৰ্থত সংবাদ মাধ্যমৰ লগতে সকলোৰে সহযোগিতা কামনা কৰে । ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ উন্নয়ণ সমিতিৰ সভাপতি চন্দন গগৈয়ে আঁ‌তধৰা অনুষ্ঠানটোত ৰাংচালি পঞ্চায়তৰ কেইবাগৰাকীও প্ৰতিনিধি উপস্থিত থকাৰ উপৰিও উন্নয়ণ সমিতিৰ সদস্য সকল উপস্থিত থাকে । উল্লেখ্য যে তিলৈৰ সমীপৰ কেইজনমান যুৱকে ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ উন্নয়ণ সমিতিৰ নামেৰে এখন সমিতি গঠন কৰি তিলৈ নদীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা জলাশয়ৰ মাজত স্থাপন কৰিছিল ভূপেনদাৰ প্ৰতিমুৰ্তি । অতি দৃষ্টি কটু ভাৱে স্থাপন কৰা প্ৰতিমুৰ্তিটো বাৰিষা হ'লে আধা অংশ পানীৰ মাজত থাকে । যি দৃশ্য দেখি প্ৰতিজন অসমীয়াৰ বুকু কঁ‌পি উঠে । ইফালে প্ৰতিমুৰ্তিটো আটকধুনীয়া কৰি তোলা লক্ষ্যৰে আগবাঢ়ি অহা প্ৰতিনিধি সকলে কি ভূমিকা গ্ৰহণ কৰে তাৰ ওপৰতো প্ৰতিবিম্ব লাইভৰ দৃষ্টি সদায় নিবদ্ধ থাকিব ।

Byte: পঞ্চায়ত সচিব আৰু উন্নয়ণ সমিতিৰ সভাপতি ।
Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.