ETV Bharat / state

মৰাণত চক্ৰধৰ গগৈৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ নিৰ্বাচনী প্ৰচাৰ - Election campaigning by Rameswar Teli at Moran

শুকুৰবাৰে মন্ত্ৰীজনে মৰাণত উপস্থিত হৈ মৰাণৰ তিলৈজানবাসী ৰাইজে আয়োজন কৰা শ্ৰীশ্ৰী মহা শিৱৰাত্ৰী অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ সৈতে উপস্থিত থাকে ৷

Election campaigning by Rameswar Teli  at Moran
মৰাণত চক্ৰধৰ গগৈৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 12, 2021, 10:10 PM IST

মৰাণ, 12 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ যাৰ পৰিপেক্ষিতত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ দৰে মৰাণ সমষ্টিটো এতিয়া তুংগত উঠিছে প্ৰতিজন প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ৷ ইয়াৰ মাজতে শুকুৰবাৰে বিধায়ক চক্ৰধৰ গগৈৰ হৈ মৰাণত প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ মন্ত্ৰীজনে মৰাণত উপস্থিত হৈ মৰাণৰ তিলৈজানবাসী ৰাইজে আয়োজন কৰা শ্ৰীশ্ৰী মহা শিৱৰাত্ৰী অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ সৈতে উপস্থিত থাকে ৷

Election campaigning by Rameswar Teli  at Moran
মৰাণত চক্ৰধৰ গগৈৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ নিৰ্বাচনী প্ৰচাৰ

উল্লেখ্য যে, শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মৰাণ সমষ্টিৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ বামুনবাৰী চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৷ সমষ্টিটোৰ পৰা এইবাৰ ৰাইজে চক্ৰধৰ গগৈক বিপুল ভোটত জয়যুক্ত কৰাব বুলি আশা ব্যক্ত কৰিছে নেতাগৰাকীয়ে ৷

লগতে পঢ়কঃ ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ অসমীয়া ভাষাৰ সাহিত্য অকাডেমী বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.