মৰাণ,20 মাৰ্চ: 'কা' বাতিল কৰিবই লাগিব, সৰ্বা-হিমন্ত মুৰ্দাবাদ আদি শ্ল'গানেৰে দুলীয়াজানৰ আকাশ-বতাহ উত্তাল কৰি বাইক ৰেলীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই ৷ দুলীয়াজানৰ হুকুটা চাৰিআলিৰ পৰা 16 নম্বৰ হৈ পিপল তললৈ ৰেলীৰে বিজেপি চৰকাৰ গ' বেক ধ্বনি দিয়ে প্ৰতিবাদকাৰীয়ে ৷
!['কা'ৰ বিৰুদ্ধে দুলীয়াজানত আছুৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11091687_1.jpg)
আনহাতে, মৰাণতো আছু কৰ্মীসকলে বাইক ৰেলীৰ জৰিয়তে 'কা' বাতিলৰ দাবী তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
!['কা'ৰ বিৰুদ্ধে দুলীয়াজানত আছুৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11091687_3.jpg)
লগতে পঢ়ক : ৰঙাপৰাত হিমন্তৰ বিশাল বাইক ৰেলী