ETV Bharat / state

শিশু নিগ্ৰহত জড়িত ডাঃ সিদ্ধি প্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰ আৰক্ষীৰ জালত

author img

By

Published : Sep 5, 2020, 10:28 PM IST

Updated : Sep 6, 2020, 5:40 AM IST

ৰহাত আৰক্ষীৰ তালাচীত আটক বনকৰা শিশুক উতলা গৰম পানী ধালি অত্যাচাৰ চলায় পলাতক অৱস্থাত থকা ডিব্ৰুগড়ৰ হাইপ্ৰফাইল দম্পতী ৷ ইয়াৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে তেওঁলোকৰ পুত্ৰ আৰু জীয়ৰীক আটক কৰিছিল যদিও মূল অভিযুক্ত পিতৃ-মাতৃ পলাতক অৱস্থাত আছিল ৷

DOCTOR COUPLE ARREST FOR CHILD HARASSMENT

নগাঁও, নাহৰকটীয়া, 5 ছেপ্তেম্বৰ : অৱশেষত আৰক্ষীৰ জালত পৰিল বনকৰা শিশুক উতলা গৰম পানী ধালি অত্যাচাৰ চলায় পলাতক অৱস্থাত থকা ডিব্ৰুগড়ৰ হাইপ্ৰফাইল দম্পতী ৷ ৰহাত আৰক্ষীৰ তালাচীত আটক হয় অভিযুক্ত দম্পতীক ৷ ইয়াৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে তেওঁলোকৰ পুত্ৰ আৰু জীয়ৰীক আটক কৰিছিল যদিও মূল অভিযুক্ত পিতৃ-মাতৃ পলাতক অৱস্থাত আছিল ৷

আৰক্ষীৰ জালত ডাঃ সিদ্ধি প্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰ

অৱশেষত দুই মূল অভিযুক্ত ক্ৰমে চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী আৰু মৰাণ কলেজৰ অধ্যক্ষা মিতালী কোঁৱৰকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ শনিবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা আহি থকা অৱস্থাত নগাঁও আৰক্ষীয়ে নগাঁৱৰ ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দেউৰী দম্পতীক। নিজৰ ঘৰত বনকৰা হিচাপে থকা এটি শিশুক নিৰ্মমভাৱে অত্যাচাৰ কৰা ঘটনা পোহৰলৈ অহাৰ পিচতেই পলায়ন কৰিছিল চিকিৎসকগৰাকীৰ লগতে তেখেতৰ অধ্যাপিকা পত্নী ।

ডাঃ সিদ্ধি প্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰক আটক

লগতে পঢ়ক : বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক উত্থাপন নোহোৱাৰ কাৰণ কি ?

Last Updated : Sep 6, 2020, 5:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.