ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ নাচ নহয় , বৰবিহুৱা ৰূপত প্ৰশান্ত ফুকন

কিছুদিন পূৰ্বে আপুনি নিশ্চয় বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাচ দেখিছিল ৷ পিচে নিৰ্বাচনী প্ৰচাৰ আৰু আনন্দত আত্মহাৰা হিমন্তৰ এই নাচৰ পিচতেই খলকনি সৃষ্টি হৈছিল ৰাজ্যত ৷ পিচে এইবাৰ হিমন্ত নহয় , বৰবিহুৱা ৰূপত এইবাৰ ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকন ৷ গৰু বিহুৰ দিনা গৰুক মাহ-হালধি সানি নোৱাই-ধোৱাই এইদৰেই বিহুত মতলীয়া হোৱা দেখা গ’ল বিধায়কগৰাকীক ৷

author img

By

Published : Apr 14, 2019, 2:29 PM IST

কান্ধত ঢোল লৈ বিধায়ক প্ৰশান্ত সোণোৱাল

ডিব্ৰুগড়,14 এপ্ৰিল : ৰাজ্যবাসী মতলীয়া ৰঙালীৰ ৰঙত ৷ দেওবাৰে সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰিলে গৰু বিহু ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে ডিব্ৰুগড়টো দেখা গ'ল বিহুৰ উলহ-মালহ পৰিৱেশ ৷ জিলাখনৰ বৰপথাৰ হাতকটা কোঁৱৰ গাঁৱবাসীৰ লগতে বিধায়ক প্ৰশান্ত ফুকনেও পুৱাই গাঁওবাসীৰ সৈতে গৰু-গাইক গা ধোৱালে ৷ জ্যেষ্ঠ বিধায়কগৰাকীয়ে কান্ধত ঢোল লৈ মুখত বিহু গীত গাই পৰম্পৰা ৰক্ষা কৰি খেলিলে কণী যুঁজ ৷

কান্ধত ঢোল লৈ বিধায়ক প্ৰশান্ত সোণোৱাল

ইফালে , ডিব্ৰুগড়ৰ গাঁৱে গাঁৱে গৰু বিহু উদযাপন । নৈ-বিল,পুখুৰী পাৰত লাও খা,বেঙেনা খা নামেৰে মুখৰিত আকাশ-বতাহ । আজি চ'তৰ সংক্ৰান্তীৰ দিনা অসমীয়াই লোক পৰম্পৰাৰে পালন কৰিছে গৰু বিহু ।ডিব্ৰুগড়ৰ বকুল মাজগাঁৱত সমূহ ৰাইজ একত্ৰিত হৈ পালন কৰে গৰু বিহু । চেঁচা নদীত গৰুক মা-হালধিৰে নোৱাই গা ধোৱাই লাও খা বেঙেনা খা,মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু বুলি আনন্দত আত্মহাৰা গাঁওবাসী ৷

Dib_14sprl_goru_bihu_prasanta_phukan_jesim

With prasanta phukans visual total 4 visuals on ftp

: বিধায়ক প্ৰশান্ত ফুকনৰ গাত ততেই নাই, নাচি বাগি আনন্দত মতলীয়া তেওঁ,

নহয়,নহয় ইলেকচনৰ প্ৰচাৰৰ  হিমন্ত দৰে নাচ নহয়।

 এইবাৰ বিধায়ক ফুকন ৰাজনীতিবিদ নহয়,গৰু বিহুৰ দিনা বৰবিহুৱা হিচাপেহে দেখা গ'ল প্ৰশান্ত ফুকনক।ডিব্ৰুগড়ৰ বৰপথাৰ হাতকটা কোঁৱৰ গাঁৱত পুৱাই গাঁওবাসীৰ সৈতে গৰুক গা ধোৱালে জ্যেষ্ঠ বিধায়ক গৰাকীয়ে।কান্ধত ঢোল, মুখত শুনা গ'ল পুৰণি বিহু নাম।তাৰ উপৰিও পৰম্পৰা ৰক্ষা কৰি হাঁহৰ কনীৰে খেলিলে কণী যুঁজ।

ইফালে 
ডিব্ৰুগড়টো গাঁৱে গাঁৱে গৰু বিহু উদযাপন।নৈ-বিল,পুখুৰী পাৰত লাও খা,বেঙেনা খা নামেৰে মুখৰিত আকাশ-বতাহ। আজি চ'তৰ সংক্ৰান্তীৰ দিনা অসমীয়াই লোকপৰম্পৰাৰে পালন কৰিছে গৰু বিহু।ডিব্ৰুগড়ৰ বকুল মাজগাঁৱত সমূহ ৰাইজ একত্ৰিত হৈ পালন কৰে গৰু বিহু।চেচা নদীত গৰুক মা-হালধিৰে নোৱাই গা ধোৱাই লাও খা বেঙেনা খা,মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু বিহুনাম যোৰ যোৰি আত্মহাৰা গঞা।
দীঘলতি-মাখিলতীৰে কোবাই সমূহীয়া ভাৱে গা-ধুৱাই লাও,বেঙেনা, কেৰেলা, ঠেকেৰা,হালধি আদি মাৰি আৰ্শীবাদ কামনা কৰিলে।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.