ETV Bharat / state

নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ ডিব্ৰুগড়ৰ আৰক্ষী - সমাগত বিধানসভা নিৰ্বাচন

আৰক্ষীয়ে নিয়মীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তালাচী অভিযান অব্যাহত ৰাখিছে ৷ পিছপৰি ৰোৱা নাই ডিব্ৰুগড় জিলাৰ আৰক্ষীও ৷ আগন্তুক বিধানসভা নিৰ্বাচন যাতে সুচাৰূপে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে কুছকাৱাজ আৰম্ভ কৰিছে ডিব্ৰুগড়ত আৰক্ষীয়ে ।

নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ ডিব্ৰুগড়ৰ আৰক্ষী

author img

By

Published : Mar 4, 2021, 5:15 PM IST

ডিব্ৰুগড়,4 মাৰ্চঃ ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ আছে ৷ উল্লেখযোগ্য যে, আৰক্ষীয়ে নিয়মীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তালাচী অভিযান অব্যাহত ৰাখিছে ৷ পিছপৰি ৰোৱা নাই ডিব্ৰুগড় জিলাৰ আৰক্ষীও ৷ আগন্তুক বিধানসভা নিৰ্বাচন যাতে সুচাৰূপে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে কুছকাৱাজ আৰম্ভ কৰিছে ডিব্ৰুগড়ত আৰক্ষীয়ে ।

বৃহস্পতিবাৰে এক ৰোড মাৰ্চ যোগেদি ডিব্ৰুগড় চহৰত নিৰ্বাচনৰ Confidence building measure স্বৰূপে এক কৰ্যসূচী গ্ৰহণ কৰা দেখা যায় আৰক্ষীক । ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰটিক থোৱে, অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত তথা ডিব্ৰুগড় আৰক্ষীৰ এটা দলে চহৰৰ চৌকিদিঙীত এই কাৰ্যসূচীৰ আৰম্ভ কৰি পাছত চহৰ খনৰ মাজেৰে এক ৰেলী বাহিৰ কৰি নিৰ্বাচন পৰিচালনা কেন্দ্ৰিক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায় ।

লগতে পঢ়কঃ তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.