- লালুকাত হোৱা গুলীচালনাত (Laluka shooting incident)ব্যৱহৃত পিষ্টলৰ সন্ধানত আৰক্ষী
- পিষ্টলৰ তথ্য দিয়াজনলৈ পুৰস্কাৰ ঘোষণা ডিব্ৰুগড়ৰ আৰক্ষীৰ
- তথ্য দিয়াজনক ৫০,০০০ নগদ টকাৰে পুৰষ্কৃত কৰিব আৰক্ষীয়ে
- লগতে গোপনে ৰখা হ'ব তথ্য দিওঁতাজনৰ পৰিচয়
- পিষ্টলৰ তথ্য দিবলৈ টুইটাৰত প্ৰেৰণ কৰিব পাৰিব বাৰ্তা
- তাৰোপৰি জিলা আৰক্ষী অধীক্ষকক ফোনযোগে নতুবা Whatsapp যোগে 6026901300 নম্বৰত প্ৰেৰণ কৰিব পাৰিব বাৰ্তা
- উল্লেখ্য যে, সিদ্ধাৰ্থ ৰাজখোৱা নামৰ এগৰাকী বাইক আৰোহীক গুলীচালনা কৰিছিল দুৰ্বৃত্তই
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৪ জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে